• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰতা নেৰে; অমিত শ্বাহৰ পৰা হিমন্ত বিশ্বৰ মন্তব্যৰ উত্তৰ বিচাৰিব অগপই

ৰাজনীতিত মিত্ৰতা ভংগ কৰাটো এক মুহূৰ্তৰ কথা বুলি কৈয়ো মিত্ৰতা নেৰে অগপই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 7:01 pm
অগপৰ কৰ্ণধাৰ কমিটীৰ বৈঠকৰ দৃশ্য। ২৬ নৱেম্বৰত। ফটো : য়ু বি।

অগপৰ কৰ্ণধাৰ কমিটীৰ বৈঠকৰ দৃশ্য। ২৬ নৱেম্বৰত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৫ নৱেম্বৰত বিজেপি নেতা তথা মন্ত্ৰী ড০ হিমন্ত বিশ্বই মিত্ৰ দল অগপক বিদ্ৰূপ-কটাক্ষৰে এক প্ৰকাৰৰ তুচ্ছ-তাচ্ছিল্য কৰাৰ পিছতো দলটোৰ নেতৃত্বই ইয়াৰ বিৰুদ্ধে আত্মসন্মানজনক প্ৰত্যুত্তৰ দিবলৈ সক্ষম নহ’ল। ইয়াৰ পৰিৱৰ্তে লজ্জাজনকভাৱে দলটোৰ সভাপতিয়ে হিমন্তৰ মন্তব্যৰ উত্তৰ বিচাৰি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ পত্ৰ লিখিব বুলিহে আজি এখন সংবাদমেলত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ২৫ নৱেম্বৰত বিজেপি নেতা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলটোক সমালোচনাৰে থকা-সৰকা কৰিছিল। বিশেষকৈ মিত্ৰতাৰ ক্ষেত্ৰত অগপই নিজা সিদ্ধান্ত ল’বলৈ ৰাস্তা খোলা আছে বুলি কি অগপক এক প্ৰকাৰৰ মিত্ৰতা ছেদ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল হিমন্তই। ইয়াৰ পিছতে আজি অগপ দলটোৰ কৰ্ণধাৰ কমিটীৰ সদস্যসকল বৈঠকত মিলিত হৈছিল।

Apply Now

দুঘণ্টাজোৰা কৰ্ণধাৰ বৈঠকৰ পিছত দলটোৰ নেতৃবৰ্গই সংবাদমেল সম্বোধন কৰে আৰু পুনৰ আগৰ দৰেই সেমসেমীয়া স্থিতি প্ৰকাশ কৰে। ‘ৰাজনীতিত মিত্ৰতা ভংগ কৰাটো এক মুহূৰ্তৰ কথা’ বুলি কৈয়ো দলটোৱে মিত্ৰতা ভংগ নকৰে বুলিহে স্পষ্ট কৰে দলটোৰ কৰ্ণধাৰ সমিতিৰ সদস্যসকলে। ইপিনে সভাপতি অতুল বৰাই হিমন্ত বিশ্ব শৰ্মাৰ তীৰ্যক মন্তব্যৰ উত্তৰ বিচাৰি অমিত শ্বাহলৈ পত্ৰ লিখিব বুলিহে জনায়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পুনৰ আগৰ কথাকে দোহাৰে, “নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোচ নকৰো, দিল্লীৰ কথাত আমি কেতিয়াও উঠা-বহা নকৰো।”

“মোদীয়ে নিৰ্বাচনৰ সময়ত অসমত আহি বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি কৈছিল, আমি আৰু অসমৰ জনসাধাৰণে মানি লৈছিলো সেই কথা। কিন্তু কালি হিমন্ত বিশ্বই নতুন ভিত্তিবৰ্ষৰ কথা কৈছে।” অতুল বৰাই কয়।

অতুল বৰাৰ মতে, “পঞ্চায়ত নিৰ্বাচনত মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী হিমন্তই মিত্ৰতাৰ কথা কৈছিল। কিন্তু ৰঞ্জিত দাসে বাৰে বাৰে সুকীয়াকৈ খেলাৰ কথা কৈছিল। একেদৰে  আমাৰ তৃণমূল কৰ্মীয়েও অকলে খেলাৰ কথা কৈছিল। সেয়ে তৃণমূল কৰ্মীৰ কাৰণে আমি অকলে খেলাৰ সিদ্ধান্ত ললো।”

ইপিনে ‘কংগ্ৰেছৰ লগত কেতিয়াও মিত্ৰতা কৰি নিৰ্বাচন খেলা নাই।’ বুলিও স্পষ্ট কৰে বৰাই। “আমাক সমালোচনা কৰাৰ অধিকাৰ তৰুণ গগৈৰ নাই।” তৰুণ গগৈক উভতি ধৰি কয় অতুল বৰাই। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি এখন সংবাদমেলত ‘বিজেপিয়ে পদে পদে অপমান কৰি থকাৰ পিছতো কেনেকৈ লগত থাকিব পাৰিছে’ বুলি অগপক প্ৰশ্ন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd