• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা নকৰিলে অগপৰে হ’ব বিজেপিৰ মিত্ৰতা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 4, 2019 9:02 am
AGP_BJP alliance-kalpa done.photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন সমাগত। গতিকে এতিয়া ৰাজ্যৰ চৌদিশে ৰাজনীতিৰ গৰম বতাহ বলিছে। এনে সময়তে প্ৰশ্ন হৈছে কোনে কাৰ সৈতে মিত্ৰতাৰে নামিব নিৰ্বাচনী যুঁজত? যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নহ’ল তাৰ পৰিপ্ৰেক্ষিতত পুনৰ  হ’ব নেকি অগপ-বিজেপিৰ মিত্ৰতা?

এই বিষয়টোক কেন্দ্ৰ কৰি সুযোগ সন্ধানী অগপ দলৰ মজিয়াত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ল যদিও কাৰ সৈতে মিত্ৰতা কৰিব নে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেয়া এতিয়াও স্পষ্ট কৰা নাই।

Apply Now

ইযাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কৈছিল যে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াটো যদি অগপই মানি লয় তেতিয়াহে তেওঁলোকে অগপৰ সৈতে মিত্ৰতা কৰিব। ৰঞ্জিত দাসে এইদৰে নিজৰ স্থিতি স্পষ্ট কৰি দিছে বুলি বিজেপি দলৰে এক নিৰ্ভৰযোগ্য সূত্ৰই আমাক জানিবলৈ দিয়ে।

সুত্ৰটোৱে জনোৱা অনুসৰি ‘অগপই যদিহে আমাৰ সৈতে মিত্ৰতা কৰিব বিচাৰে তেন্তে হিন্দু বাংলাদেশী সংস্থাপন দিব বিচৰা আইনখন মানি ল’ব লাগিব বুলি অমিত শ্বাহে স্থিতি স্পষ্ট কৰি দিছে। লগতে অগপই অমিত শ্বাহলৈ মিত্ৰতা কৰিম বুলি পত্ৰ প্ৰেৰণ কৰিব লাগিব।‘

সুত্ৰটোৱে আমাক জনোৱা অনুসৰি অতুল বৰা, কেশৱ মহন্তকে ধৰি আন কেইবাজনো নেতাই ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে। তদুপৰি দিল্লীত বিজেপিৰ উচ্চস্তৰীয় নেতাৰ সৈতে অগপৰ দুই তিনিখন গোপন বৈঠক অনুষ্ঠিত হৈছে বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মিত্ৰতা ছেদৰ পাছতে যোৱা ৯ জানুৱাৰিত অগপৰ তিনি মন্ত্ৰীয়ে পদত্যাগ পত্ৰ মুখ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল যদিও এতিয়ালৈকে ৰাজ্যপালৰ হাতত এই পদত্যাগ পত্ৰ পৰাগৈ নাই।

তাৎপয্যপূৰ্ণভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নিৰ্দেশ অনুসৰিয়েই মুখ্য মন্ত্ৰীয়ে বৰ্তমানলৈকে ৰাজ্যপাললৈ অগপ মন্ত্ৰীৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই বুলি গোপন সুত্ৰৰ পৰা খবৰ পোৱা গৈছে। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিজেপি-অগপৰ মিত্ৰতা নুই কৰিব নোৱাৰি।

তেনে সময়তে অগপৰ জ্যেষ্ঠ নেতৃত্ব কমলা কলিতাই খাদী আৰু গ্ৰামোন্নয়ন বৰ্ডৰ অধ্যক্ষ পদ খামুচি ধৰি ৰখা কথাটোৱেও বিশেষ তাৎপৰ্য্য বহন কৰিছে।

বিজেপিয়ে যিহেতু অগপৰে মিত্ৰতাৰ প্ৰসংগত ‘হিন্দু বাংলাদেশী’ সংস্থাপনৰ ক্ষেত্ৰত ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিলে, এই মুহূৰ্তত প্ৰশ্ন হয়, হিন্দু বাংলাদেশী সংস্থাপনৰ ইচ্ছুটো অগপই লুকুৱাই ৰাখি পুনৰ ‘অসম চুক্তি ৰূপায়ণ, ৬ নং দফা কাৰ্য্যকৰীকৰণ, বিদেশী বহিস্কৰণ’ ইত্যাদি প্ৰসংগৰে বিজেপিৰে মিত্ৰতা কৰি অন্ধকাৰত ৰাখিব নেকি অসমৰ জনসাধাৰণক?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd