• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

উত্তৰ প্ৰদেশৰ আগ্ৰাত এক অতি ভয়ংকৰ আৰু অমানৱীয় ঘটনা সংঘটিত হৈছে। বুধবাৰে এগৰাকী পাষাণ পিতৃয়ে চেল্ফি লোৱাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক দলঙৰ পৰা যমুনা নদীত পেলাই দিয়ে। ইয়াৰ পিছতে তেওঁ পত্নীকো নদীত পেলাই দিয়াৰ চেষ্টা কৰে বুলি অভিযোগ উঠিছে। বৰ্তমান আৰক্ষী আৰু ডুবৰীৰ দলে নিৰুদ্দেশ হোৱা শিশুটিৰ সন্ধানত অভিযান চলাই আছে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
August 15, 2026 9:15 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ আগ্ৰাত এক অতি ভয়ংকৰ আৰু অমানৱীয় ঘটনা সংঘটিত হৈছে। বুধবাৰে এগৰাকী পাষাণ পিতৃয়ে চেলফি লোৱাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক দলঙৰ পৰা যমুনা নদীত পেলাই দিয়ে। ইয়াৰ পিছতে তেওঁ পত্নীকো নদীত পেলাই দিয়াৰ চেষ্টা কৰে বুলি অভিযোগ উঠিছে। বৰ্তমান আৰক্ষী আৰু ডুবৰীৰ দলে নিৰুদ্দেশ হোৱা শিশুটিৰ সন্ধানত অভিযান চলাই আছে।

জানিব পৰা মতে, এই জঘন্য ঘটনাটো আগ্ৰাৰ ছিকন্দ্ৰা আৰক্ষী থানাৰ অন্তৰ্গত আকবৰা যমুনা দলঙত সংঘটিত হৈছে। ৰিংকু আৰু তেওঁৰ পত্নী লক্ষ্মীয়ে কন্যাগৰাকীৰ সৈতে এখন মটৰচাইকেলেৰে আগ্ৰা চহৰলৈ ওলাই গৈছিল। কিন্তু বাটতে স্বামী-স্ত্ৰীৰ মাজত কোনো কথাক লৈ তীব্ৰ কাজিয়াৰ সৃষ্টি হয়।

Apply Now

পত্নী লক্ষ্মীয়ে জানিবলৈ দিয়া অনুসৰি, কাজিয়াৰ মাজতে ৰিংকুৱে দলঙৰ ওপৰত মটৰচাইকেলখন ৰখাই দিয়ে আৰু কন্যাৰ সৈতে এটা চেলফি ল’ব বিচাৰে বুলি কয়। তেওঁ দলঙৰ ৰেলিঙৰ ওচৰলৈ গৈ কন্যাৰ সৈতে ফটো তোলে আৰু লগে লগে কোনো একো বুজি উঠাৰ আগতেই নিষ্পাপ শিশুটিক যমুনা নদীত পেলাই দিয়ে।

এই ভয়ংকৰ কাণ্ড দেখি লক্ষ্মীয়ে যেতিয়া স্বামীৰ ফালে দৌৰি যায়, তেতিয়া ৰিংকুৱে পত্নীকো দলঙৰ পৰা পেলাই দিয়াৰ চেষ্টা কৰে। উপায়ন্তৰ হৈ লক্ষ্মীয়ে চিঞৰ-বাখৰ কৰাত আশে-পাশে থকা লোকসকল গোট খায়। লক্ষ্মীয়ে গোটেই ঘটনাটো বিৱৰি কোৱাৰ লগে লগে ক্ষুব্ধ ৰাইজে ৰিংকুক কৰায়ত্ত কৰি উত্তম-মধ্যম দিয়ে আৰু আৰক্ষীক চমজাই দিয়ে। ছ’চিয়েল মিডিয়াতো ৰাইজে ৰিংকুক প্ৰহাৰ কৰা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ঘটনা সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পিছতে পিএচি (PAC)ৰ ডুবৰীৰ দলে যমুনাত শিশুটিৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে শিশুটিৰ কোনো সন্ধান পোৱা নাই। ইতিমধ্যে ছিকন্দ্ৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd