DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানাক্ৰান্ত কৃষকক সকাহ দিবলৈ কৃষ্ণাই কৃষি পামৰ পথাৰত কঠীয়া সিঁচিলে জিলা কৃষি বিভাগে

নীলমনি শর্মা by নীলমনি শর্মা
July 4, 2021 9:08 am
Screenshot_2021-07-03-16-07-03-807_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও।

182
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া এই আচঁনি খনৰ শুভাৰম্ভ কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷

এই উদ্দেশ্যে শনিবাৰে কৃষ্ণাই কৃষিপামৰ পথাৰৰ আঠুৱনি বোকাত নামি পৰিল দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে জিলাখনৰ একাংশ কৃষি বিষয়া কৰ্মচাৰী ৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ উপৰি ৰাজ্যখনৰ অন্য জিলাৰ বানবিধ্বস্ত কৃষক সকলক সহায় কৰাৰ উদ্দ্যেশ্যে গোৱালপাৰা জিলা কৃষি বিভাগে কৃষ্ণাইৰ কৃষি পামত এই আচঁনি খন গ্ৰহণ কৰে ৷

জিলা কৃষি বিষয়া গৰাকীয়ে জানিব দিয়া মতে, চলিত বাৰিষা কালৰ বানত জিলাখনৰ যি সকল কৃষকৰ কঠীয়া নষ্ট হ’ব সেই সকল কৃষকক সকাহ দিয়াৰ বাবে জিলা কৃষি বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷

অৱশ্যে বানত ক্ষতিগ্ৰস্ত অন্য জিলাৰ কৃষককো এই সুবিধা প্ৰদাণ কৰা হ’ব বুলি কৃষি বিষয়া গৰাকীয়ে মত ব্যক্ত কৰে ৷

উল্লেখযোগ্য যে কৃষকৰ সুবিধাৰ বাবে এই যি উন্নত মানৰ কঠীয়া সিঁচা হৈছে সেইবোৰ কঠীয়া পানীৰ তলত ১০/১৫ দিন থাকিলেও কোনো ক্ষতিসাধন নহয় আৰু এই কঠীয়াৰ দ্বাৰা কৃষকসকলে বিচৰা মতে উৎপাদন লাভ কৰিবলৈ সক্ষম হ’ব।

এই অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে জিলা কৃষি বিষয়া প্ৰশান্তজিৎ বৰা,দুধনৈ মহকুমা কৃষি বিষয়া অশোক শৰ্মা ,কৃষ্ণাইৰ এডিঅ’ বন্দনা পাটগিৰি আদিকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে ৷

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd