DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত আহোম সভাৰ জনগোষ্ঠীয় সাজপাৰৰ প্ৰদৰ্শন তথা প্ৰতিযোগিতা অনুষ্ঠিত

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
December 13, 2021 12:45 pm
Tribes dress competition

ফটো: নৰ্থইষ্ট নাও।

155
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত জনগোষ্ঠীয় সাজ পাৰৰ এক প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

১০ ডিচেম্বৰৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী কাৰ্যসূচীৰ অংশ ৰূপে এই সাজ পাৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

জিলা খনৰ ভিন্ন প্ৰান্তৰ ৪৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰদৰ্শনী প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিজ্ঞানী অংশুমিতা দাসে।

এই জনগোষ্ঠীয় সাজ পাৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অসমীয়া সাজ পাৰৰ লগতে তাই আহোম, মিছিং, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আদিকে ধৰি কেইবাটাও জনগোষ্ঠীৰ বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰা হয়।

Also Read: Miss Universe 2021:২১ বছৰ প্ৰতীক্ষাৰ অৱসান! ভাৰতৰ হাৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

পশ্চিমীয়া সাজ পাৰৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত আমাৰ অনেকে নিজা বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰা সাজ পাৰ সমূহৰ প্ৰতি অৱহেলা দেখুৱাই আহিছে।

এই অৱহেলা দূৰ কৰাৰ উদ্দেশ্যে তথা এই সাজ পাৰ সমূহ যুগ সাপেক্ষে তৈয়াৰ কৰি জনপ্ৰিয় কৰাৰ লক্ষ্যৰে এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী কাৰ্যসূচীৰ অন্যতম আকৰ্ষণীয় এই কাৰ্যসূচীত ব্যাপক জন সমাগম হোৱা দেখা যায়।

Also Read:Vladimir Putin: অভাৱত পৰি টেক্সি চলাইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে

গ্ৰন্থ মেলা, কুইজ, কবিতা আবৃত্তি আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা এই সপ্তাহ জোৰা জন্ম জয়ন্তী উৎসৱ অহা ১৬ ডিচেম্বৰত অন্ত পৰিব। 

Recent News

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd