• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ নৱেম্বৰৰ সমাৱেশ প্ৰতিহত কৰাৰ সংকল্প : হাতত হেংদাঙ ল’লে আহোম সেনাই

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 23, 2018 6:36 am
20181023_014519

সোমবাৰে শিৱসাগৰত হাতত হেংদাঙ লৈ সংকল্প লোৱাৰ মুহূৰ্তত আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদৰ সদস্য। ফটো : নৰ্থইষ্ট নাও

353
VIEWS
Share on FacebookShare on Twitter

১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব লগা থলগিৰি বিৰোধী শক্তিক প্ৰতিহত কৰিবলৈ হাতত হেংদাঙ ল’লে আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদে।

সোমবাৰে শিৱসাগৰৰ সত্যাগ্ৰাহী চহিদ জয়মতী কুঁৱৰীৰ পবিত্ৰ মৈদামত আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদৰ শতাধিক সদস্যই হেংদাঙ শান দি ককাঁলত টঙালি বান্ধি ১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব লগা থলগিৰি বিৰোধী শক্তিক প্ৰতিহত কৰিবলৈ সংকল্প লয়।

20181023_014424
হাতত হেংদাঙ লৈ সংকল্প গ্ৰহণ কৰিছে আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদৰ সদস্যই। ফটো : নৰ্থইষ্ট নাও

৯০০ বছৰীয়া ধৰ্মীয় নিৰপেক্ষতাৰ বৰভেটিত সদা জাগ্ৰত, সতৰ্ক, নিৰ্ভীক প্ৰহৰী আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদ অসমৰ শেষ বিন্দু তেজ থকালৈকে অসমীয়া জাতি ধ্বংসী বিধেয়ক খন বিৰোধিতা কৰাই নহয় প্ৰতিহত কৰিবলৈ প্ৰয়োজনত মৰিম কিম্বা মাৰিম বুলিও ব্যক্ত কৰে আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদে।

এখন প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰিবলৈ গৈ অসমৰ সভ্যতা সংস্কৃতি তথা অসমীয়া জাতিক বিশ্বৰ বুকুৰ পৰা নি:শেষ কৰি দিব বিচৰিছে।

অসমৰ সৰ্বস্তৰৰ ৰাইজে এই বিৰোধিতা কৰাৰ পাছতো যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ পুনৰবাৰ আহি অসমৰ ৰাইজৰ মতামত ল’ব বুলি কৈছিল যদিও অসমলৈ নহাকৈ প্ৰতিবেদন দাখিল কৰিবলৈ লোৱাটো কেন্দ্ৰীয় চৰকাৰৰ এক কুটিল কৌশল বুলি ভাবিবলৈ বাধ্য হৈছে। যাৰ বাবে, সোমবাৰে, হাতত হেংদাঙ লবলৈ বাধ্য হোৱা বুলি সংগঠন দুটাই ব্যক্ত কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd