• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাছিয়াত দুৰন্ত অসমৰ তৰুণী, যমুনাৰ পিছত লাভলিনাও ছেমিত ||আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ

Nenow এন ই নাও নিউজ
গুৱাহাটী , October 10, 2019 6:42 pm

2 min read

AIBA World Boxing Championship: Assam boxer Lovlina enters 69kg semis

লাভলিনা। ছবি সৌজন্য- টুইটাৰ।

549
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াত অসমৰ তৰুণী বক্সাৰৰ দুৰন্ত গতি অব্যাহত ৰাখি বৃহস্পতিবাৰেই যমুনা বড়োৰ পিছত আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ কৰিছে লাভলিনা বৰগোহাঁয়ে।

৬৯কেজিৰ কুৱাৰ্টাৰ ফাইনেলত প’লেন্দৰ কেৰলিনা কজজেওস্কাৰ বিৰুদ্ধে ৪-১ ব্যৱধানত বিজয়ী ঘোষিত হৈছে গোলাঘাটৰ তৰুণীগৰাকী।

লাভলিনাৰ ছেমি ফাইনেল প্ৰৱেশে প্ৰতিযোগিতাখনত ভাৰতৰ চাৰিটা পদক নিশ্চিত কৰিছে।

India’s Medal No.4️⃣!!!!! ?@LovlinaBorgohai played smartly and waited for her moments to land some effective punches as her opponent started looking tired.

Lovlina thus secures her 2nd WC medal!!!

Kudos champ!?#PunchMeinHaiDum #boxing pic.twitter.com/3SuPcy2hsI

— Boxing Federation (@BFI_official) October 10, 2019

মণিপুৰৰ মেৰি কম, মঞ্জু ৰাণী আৰু অসমৰ যমুনা বড়োৰ যোগেদি প্ৰতিযোগিতাখনত ইতিমধ্যে ভাৰতৰ তিনিটা পদক নিশ্চিত হৈছিল।

প্ৰতিযোগিতাখনত প্ৰথমবাৰ ভাগ লোৱা যমুনা বড়োৱে কুৱাৰ্টাৰ ফাইনেলত জাৰ্মেনিৰ উৰ্ছুলা গটলবক পৰাস্ত কৰিছে।

যমুনাই ৫৪কেজি শাখাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

কুৱাৰ্টাৰ ফাইনেলত জাৰ্মান বক্সাৰগৰাকীৰ বিৰুদ্ধে ৪-১ ব্যৱধানত বিজয়ী ঘোষিত হৈছে যমুনা।

অহা ১২ অক্তোবৰত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত যমুনা চাইনিজ টাইপেইৰ হুৱাং চিয়াও ৱেনৰ মুখামুখি হ’ব।

পূৰ্বৰ ৰাউন্দসমূহত যমুনাই মংগোলিয়াৰ মিচিদ্মা আৰ্নেদালাই আৰু আলজিৰিয়াৰ ফাউথ অৱিদাদক পৰাভূত কৰিছিল।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd