• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুণোৎসৱত উপস্থিত থকা অসুস্থ ছাত্ৰীৰ মৃত্যু : তীব্ৰ পেটৰ যন্ত্ৰণাত ভুগিছিল ছাত্ৰীগৰাকী

NE NOW NEWS ৰাহুল চক্ৰবৰ্তী
হাইলাকান্দি , November 5, 2018 9:08 pm

1 min read

IMG-20181105-WA0027
251
VIEWS
Share on FacebookShare on Twitter

অসুস্থ অৱস্থাতো গুণোৎসৱত উপস্থিত থকা হাইলাকান্দি জিলাৰ পূৰ্ব সোণাপুৰ মজলীয়া বিদালয়ৰ অষ্টম মানৰ ছাত্ৰী ছামিমা বেগম নামৰ ছাত্ৰীগৰাকীৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

গুণোৎসৱৰ তৃতীয় দিনা ছাত্ৰীগৰাকীৰে পেটত অসহ্য যন্ত্ৰণা অনুভৱ কৰাত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাব দিয়া হৈছিল। কিন্তু পিছ দিনাই ছাত্ৰীগৰাকীৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।ছাত্ৰীগৰাকীৰ মৃত্যুত তেওঁ পঢ়া বিদ্যালয়খনত শোকৰ ছাঁ পৰে।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰি পাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু চিআৰচিচি সমন্বিতে জিলা উন্নয়ন আয়ুক্ত (District Development Commissioner) এফআৰ লস্কৰে নিজেই ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত উপস্থিত হয়। লস্কৰে জিলা প্ৰশাসনৰ হৈ ছাত্ৰীগৰাকীৰ মৃত্যুত তেওঁৰ পৰিয়ালবৰ্গলৈ তেওঁৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰে আৰু ছাত্ৰীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd