• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেমিকাক পলুৱাই নিয়া পুত্ৰৰ বাবে কাৰাবন্দী পিতৃ : মুক্তিৰ দাবীত মহিলা সংগঠনৰ প্ৰতিবাদ

চাজিদ খান by চাজিদ খান
November 30, 2018 11:27 am
Demand-for-release-750x375

নিখিল ভাৰত মহিলা সাংস্কৃতিক সংগঠনৰ ওদালগুৰি গোটে বৃহস্পতিবাৰে প্ৰফুল্ল শৰ্মাক মুক্তি দিয়াৰ দাবীত টংলা চহৰৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুত্ৰই প্ৰেমিকাক পলুৱাই নিয়াৰ অপৰাধৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে পিতৃ। এই ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত হাতীবন্ধা গাঁৱৰ।

ঘটনা অনুসৰি প্ৰফুল্ল শৰ্মা (৫৫) নামৰ ব্যক্তিজনৰ পুত্ৰ জ্যোতিষ শৰ্মাই (২৩) দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্যাসপাৰাৰ বাসিন্দা কেশব শৰ্মাৰ কন্যা পিংকি দেৱীক (১৯) যোৱা ৩১ অক্টোবৰত পলুৱাই নিয়ে।

Apply Now

এই ঘটনাৰ পাছতে ছোৱালীজনীৰ পৰিয়ালে যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

যোৱা ২৬ নৱেম্বৰত ছিপাঝাৰ আৰক্ষীয়ে জ্যোতিষৰ পিতৃ আৰু মাতৃক আটক কৰে আৰু অপহৰণৰ অভিযোগৰ গোচৰত পিতৃগৰাকীক দৰঙৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে তেওঁক যোৱা ২৭ নৱেম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই ঘটনাই টংলা চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

ছ’চিয়েলিষ্ট য়ুনিটি চেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট)ৰ মহিলা শাখা, নিখিল ভাৰত মহিলা সাংস্কৃতিক সংগঠন(এআইএমএছএছ)ৰ ওদালগুৰি গোটে বৃহস্পতিবাৰে হাতে হাতে প্লেকাৰ্ড লৈ টংলা চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায় আৰু প্ৰফুল্ল শৰ্মাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত টংলা আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

এ আই এম এছ এছৰ কৰ্মীসকলে অভিযোগ কৰে যে পলায়ন কৰাৰ পাছত যুৱক-যুৱতীহাল যোৱা ৩১ অক্টোবৰত হাতীবন্ধা গাঁৱৰ যুৱকজনৰ ঘৰলৈ আহিছিল আৰু তাৰ পাছত যুৱতীৰ পিতৃ কেশৱ শৰ্মা আৰু মোমায়েক দেৱ শৰ্মাই যুৱকজনৰ ঘৰলৈ আহি গৈছিল।

গাওঁখনৰ গাওঁবুঢ়াইয়ো যুৱক-যুৱতীহালৰ অভিভাৱকৰ উপস্থিতিত গাঁৱবাসীৰ এখন সভা পাতিছিল য’ত যুৱতীগৰাকীয়ে তেওঁৰ অভিভাৱকৰ সৈতে যাবলৈ অস্বীকাৰ কৰিছিল।

আনহাতে, অভিযোগ মতে ক্ৰোধিত হৈ পৰা মোমায়েকে তাতেই বাগিনীয়েকক মাৰধৰো কৰে আৰু ঘটনাস্থলীৰ পৰা কোনোমতে পলাই যাবলৈ সক্ষম হয়।

এ আই এম এছ এছ এ প্ৰফুল্ল শৰ্মাৰ বিৰুদ্ধে অপহৰণৰ এক ভুৱা গোচৰ ৰুজু কৰাৰ বাবে আৰক্ষীক তীব্ৰ গৰিহনা দিয়ে।

মহিলা সংগঠনটোৰ কৰ্মীসকলে প্ৰফুল্ল শৰ্মাক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে চাৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ হৰিশিঙা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ওদালগুৰিৰ উপায়ুক্তক প্ৰেৰণ কৰে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd