• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2026 4:00 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানে মঙলবাৰে আকাশপথত তীব্ৰ টাৰ্বুলেন্সৰ সন্মুখীন হয়। এই সময়ত বিমানখন হঠাতে প্ৰায় ৩০০ ফুট তললৈ নামি যোৱাত যাত্ৰী আৰু কেবিন ক্ৰুৰ মাজত আতংকৰ সৃষ্টি হয়। এই ঘটনাত ১২ জন যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে বিমানখন পিছত নিৰাপদে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

এয়াৰ ইণ্ডিয়াই জনোৱা অনুসৰি, AI2379 নম্বৰৰ বিমানখন ৪ আগষ্টৰ পুৱা থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীৰ উদ্দেশ্যে উৰা মাৰে। ক্ৰুজিং উচ্চতাত উপনীত হোৱাৰ কিছু সময় পিছতে বিমানখন আচমকাকৈ তীব্ৰ টাৰ্বুলেন্সৰ কবলত পৰে। সেই সময়তে কিছু সময়ৰ বাবে বিমানখনৰ উচ্চতা প্ৰায় ৩০০ ফুট হ্ৰাস পায়।

Apply Now

ফ্লাইট ট্ৰেকিং ৱেবছাইট ফ্লাইটৰাডাৰৰ তথ্য অনুসৰি, বিমানখনৰ এই হঠাৎ উচ্চতা হ্ৰাসৰ সম্ভাৱ্য কাৰণ আছিল প্ৰবল টাৰ্বুলেন্স অথবা শক্তিশালী আপড্ৰাফ্ট আৰু ডাউনড্ৰাফ্ট। স্থানীয় সময় অনুসৰি পুৱা ৮:২৫ বজাত ফুকেটৰ পৰা উৰা মৰা বিমানখন ভাৰতীয় সময় অনুসৰি ১১:৫০ বজাত দিল্লীত উপস্থিত হয়। অৱতৰণৰ পিছত সকলো যাত্ৰী আৰু বিমানকৰ্মী নিৰাপদে বিমানৰ পৰা নামি আহে।

এয়াৰ ইণ্ডিয়াই দাবী কৰিছে যে ঘটনাটোত কোনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। যদিও কেইবাজনো যাত্ৰী আৰু কেবিন ক্ৰুৱে সৰু-সুৰা আঘাত পোৱাত তেওঁলোকক বিমানবন্দৰৰ চিকিৎসা কেন্দ্ৰলৈ নিয়া হয়। সংস্থাটোৰ চিকিৎসক দলে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে।

অৱশ্যে দিল্লী বিমানবন্দৰৰ পৰা প্ৰকাশ পোৱা কেইবাটাও ভিডিঅ’ত আহতসকলৰ অৱস্থা তুলনামূলকভাৱে অধিক গুৰুতৰ যেন দেখা গৈছে। এক সংবাদ সংস্থাৰ ফুটেজত কেইবাজনো যাত্ৰীক হুইলচেয়াৰত বহুৱাই চিকিৎসাৰ বাবে নিয়া দেখা যায়। এজন যাত্ৰীৰ মুখ আৰু মূৰত বেণ্ডেজ বান্ধি থকাৰ লগতে এখন চকু সম্পূৰ্ণ ঢকা অৱস্থাত দেখা গৈছে। আনহাতে, এগৰাকী কেবিন ক্ৰুক ডিঙিত নেক কলাৰ পিন্ধাই হুইলচেয়াৰত চিকিৎসা কেন্দ্ৰলৈ নিয়া দৃশ্যও পোহৰলৈ আহিছে।

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে যাত্ৰী আৰু বিমানকৰ্মীৰ সুৰক্ষাই সংস্থাটোৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আহতসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে আৰু ঘটনাটোৰ তদন্তত সংশ্লিষ্ট কৰ্তৃপক্ষক সম্পূৰ্ণ সহযোগিতা কৰা হৈছে।

ঘটনাটোৰ সঠিক কাৰণ এতিয়াও তদন্ত কৰি থকা হৈছে। বিশেষজ্ঞসকলৰ মতে, বৰ্ষাকালত দক্ষিণ-পূব এছিয়াৰ আকাশপথত হঠাৎ টাৰ্বুলেন্সৰ সৃষ্টি হোৱাটো অস্বাভাৱিক নহয়। তেওঁলোকৰ মতে, এনে পৰিস্থিতিত যাত্ৰাৰ সময়ত সদায় ছিটবেল্ট বান্ধি ৰাখিলে আঘাতৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd