• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়াৰ ইণ্ডিয়াৰ অমলেটত পইতাচোৰা! দুবছৰীয়া শিশুক খুৱাবলৈ লৈ দেখি ক্ষোভ উজাৰিলে মাতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2024 10:31 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

105
VIEWS
Share on FacebookShare on Twitter

বেয়া সময়ে যেন লগ এৰা নাই এয়াৰ ইণ্ডিয়াক। বিমানত পৰিবেশন কৰা এটা কণীৰ অমলেটত এইবাৰ ওলাল পইতাচোৰা! হয়, আচৰিত যেন লাগিলেও, সেইটোৱে সঁচা।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হ’ল তীব্ৰ বিতৰ্কৰ। কিন্তু চাপত পৰি এয়াৰ ইণ্ডিয়াই এই ব্যৰ্থতাৰ বাবে খাদ্য প্ৰস্তুতকাৰী সংস্থাকহে জগৰীয়া কৰে।

দিল্লীৰ পৰা নিউয়ৰ্ক অভিমুখী বিমানখনত যাত্ৰা কৰা মহিলা যাত্ৰী ছুয়েছা সাৱন্তই অভিযোগ কৰে যে তেওঁৰ দুবছৰীয়া সন্তানৰ বাবে এই অমলেটটো অৰ্ডাৰ কৰা হৈছিল। শিশুটিৱে অকণমান খোৱাৰ পিছতে তাত পইতাচোৰা দেখা যায়।

লগতে পঢ়কঃ উত্তৰাধিকাৰ! তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী হ’ল মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি

পিছত ক্ষোভত যাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাটো এক্স হেণ্ডেলত পোষ্ট কৰি এয়াৰ ইণ্ডিয়াক সমালোচনা কৰে।

মহিলাগৰাকীয়ে অমলেট খাই শিশুটিৰ বমি আৰম্ভ হোৱা বুলি অভিযোগ কৰে। ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাই দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনায়।

Found a cockroach in the omelette served to me on the @airindia flight from Delhi to New York. My 2 year old finished more than half of it with me when we found this. Suffered from food poisoning as a result. @DGCAIndia @RamMNK pic.twitter.com/1Eyc3wt3Xw

— Suyesha Savant (@suyeshasavant) September 28, 2024

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয়। বিমান পৰিচাৰিকাক মাৰপিট কৰা, খাদ্যত ব্লেড লাভ কৰা আদি ঘটনাক লৈ বিগত সময়তো বিতৰ্কৰ মাজত সোমাই পৰিছিল বিমান সংস্থাটো। এইবাৰ অমলেটত পইতাচোৰা পোৱাক লৈ নতুন বিতৰ্ক আৰম্ভ হ’ল। 

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd