• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ পৰা ছিডনীলৈ আৰম্ভ হ’ব এয়াৰ ইণ্ডিয়াৰ অতিৰিক্ত বিমানৰ উৰণ : কিন্তু কেতিয়াৰ পৰা ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 8:17 am
index.jpg
391
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই দিল্লীৰ আৰু অষ্ট্ৰেলিয়াৰ ছিডনীৰ মাজত অতিৰিক্ত বিমান সেৱা আৰম্ভ কৰিব।

বুধবাৰে নিশা সংস্থাটোৱে নিজা টুইটাৰ একাউন্টত এই কথা ঘোষণা কৰিছে।

“এয়াৰ ইণ্ডিয়াই অহা ১০ৰপৰা ১৪ অক্টোবৰলৈ দিল্লীৰ পৰা ছিডনীলৈ অতিৰিক্ত বিমান সেৱা আগবঢ়াব।” টুইটাৰ এইদৰে কয় সংস্থাটোৱে।

সংস্থাটোৱে লগতে আৰু কয় যে অষ্ট্ৰেলিয়াৰ চৰকাৰে বলৱৎ কৰা কোভিড-১৯ প্ৰটোকলৰ বাবে এনে বিমান উৰণত সীমিত সংখ্যক যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব।

“অষ্ট্ৰেলিয়া চৰকাৰৰ কোৱাৰেন্টাইন সীমাৱদ্ধতা মানি আজি দিনৰ ১৬.০০ বজা(আন্তৰ্জাতিক সময়মান অনুসৰি)ৰপৰা এয়াৰ ইণ্ডিয়াৰ বেৱচাইট, বুকিং কাৰ্যায়ল আৰু কল চেন্টাৰৰ যোগেদি যাত্ৰীসকলে টিকট বুকিং কৰিব পাৰিব।” বিমান পৰিবহণ সংস্থাটোৱে লগতে কয়।

ইফালে ২০ জানুৱাৰীৰ পৰা দিল্লী-পেৰিচৰ মাজত এয়াৰ ইণ্ডিয়াই সপ্তাহত দুদিনকৈ বিমান উৰণ আৰম্ভ কৰিব। সপ্তাহৰ বৃহস্পতি আৰু দেওবাৰে দিল্লীৰ পৰা পেৰচিলৈ আৰু প্ৰতি সোম আৰু শুকুৰবাৰে পেৰিচৰ পৰা দিল্লীলৈ বিমান চলাচল কৰিব।

ইফালে এয়াৰ ইণ্ডিয়াই বিশ্বৰ কেবাখনো দেশৰ সৈতে সীমিত সংখ্যক বিমান উৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে ভাৰত চৰকাৰে মহামাৰী ক’ৰ’ণাৰ প্ৰতিৰোধৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা যাত্ৰীবাহী আন্তৰ্জাতিক বিমান উৰণ স্থগিত ৰাখিছিল।

অৱশ্যে যোৱা মে’ মাহত বিশ্বৰ কেবাখনো দেশত আৱদ্ধ ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থীসকলক দেশলৈ ওভতাই আনিবলৈ ‘বন্দে ভাৰত অভিযান’ শীৰ্ষক এলানি বিমান সেৱা আৰম্ভ কৰিছিল।

ইফালে যোৱা ২৫ মে’ৰ পৰা ঘৰুৱা বিমানৰ উৰণ পুনৰ আৰম্ভ কৰা হৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd