• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বস্তি! ডুবাইৰ আকাশত বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মেৰীকম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 8:54 am
Mary Kom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিলেই গাৰ নোম শিয়ৰি উঠা ঘটনা। বিমানৰ ইন্ধন শেষ হৈ আহিছে, অৱতৰণৰ বাবে অনুমতি বিচাৰিছে অথচ অনুমতি পোৱা নাই। আৰু সেই বিমানতেই আৰোহী হিচাপে আছে মেৰীকমকে ধৰি ভাৰতীয় বক্সিঙৰ কেইবাগৰাকীও তাৰকা খেলুৱৈ।

খেলুৱৈসকলেও উদ্বিগ্ন, আতংকিত হৈ পৰিছিল। কিন্তু অৱশেষত স্বস্তি লাভ কৰিলে সকলোৱে, কোনো দুৰ্ঘটনা নোহোৱাকৈ অৱতৰণ কৰিল বিমানখন।

Apply Now

ডুবাইত এছিয়ান চেম্পিয়নশ্বিপত খেলাৰ বাবে যোৱাৰ পথত এইদৰে শনিবাৰে সংকটত পৰে ভাৰতীয় বক্সিং দলটো। বিমানখনৰ অৱতৰণক লৈ এক ৰুদ্ধশ্বাস নাটক চলে।

অৱশেষত ডুবাইত বিমানখনৰ অৱতৰণৰ অনুমতি দিয়া হয়। সমগ্ৰ ঘটনাটোক লৈ ক্ষুব্ধ হৈ পৰিছে ভাৰতীয় বক্সি সন্থা। এই ঘটনাৰ এক তদন্তৰ বাবেও অনুৰোধ জনাইছে সংস্থাই। ভাৰতীয় বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ পৰা তদন্তৰ আশ্বাস দিয়া হৈছে।

প্ৰতিযোগিতাত ভাগ ল’বলৈ স্পাইচজেটৰ এখন বিশেষ বিমানত ডুবাইলৈ ৰাওনা হৈছিল খেলুৱৈৰ দলটো য’ত আছিল ছয় বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমো।

বাতৰি অনুসৰি, ডুবাইৰ আকাশমাৰ্গত উপস্থিত হৈ অৱতৰণৰ সময়ত জনাই দিয়া হয় যে বিমানখন নমাৰ কোনো অনুমতি নাই। বিমানখনৰ পাইলটে বাৰে বাৰে অনুমতি থকাৰ কথা দোহাৰাৰ পাছতো গুৰুত্ব দিয়া হোৱা নাছিল।

প্ৰায় ১ ঘন্টা ডুবাইৰ আকাশত উৰি কটোৱাৰ পাছত বিমানখনৰ পাইলটে জানিবলৈ দিয়ে যে ইন্ধন শেষ হৈ আহিছে। অৱতৰণ কৰিব নিদিলে দুৰ্ঘটনা অনিবাৰ্য।

তাৰপাছতে অৱতৰণ কৰিবলৈ দিয়া হয়। তেতিয়ালৈকে বিমানবন্দৰ কৰ্তৃপক্ষই ভাৰতৰ পৰা অনুমতি পত্ৰও পাই গৈছিল।

বক্সিং সন্থাৰ এক বিবৃতিত কোৱা হয় যে খেলুৱৈসকল সুকলমে নামি নিৰ্দ্ধাৰিত হোটেলত উপস্থিত হৈছে। বিমানবন্দৰ আৰু হোটেলত দুবাৰকৈ কৰ’না টেষ্ট কৰা হয়। ডুবাইৰ ভাৰতীয় দূতাবাসক ধন্যবাদ জ্ঞাপন কৰা হৈছে।

গোটেই ঘটনাটোক লৈ ভাৰতীয় বক্সিং সন্থা যিদৰে অসন্তুষ্ট হৈ পৰিছে, সেইদৰে মেৰীকমকে ধৰি বাকী খেলুৱৈসকলেও নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd