• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আসন নিৰ্বাচনৰ মাচুল ৰেহাইক লৈ ক্ষুব্ধ বিমান সংস্থা; সকলো যাত্ৰীৰ বাবে বিমানৰ টিকটৰ মূল্য বৃদ্ধিৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2026 10:17 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমান যাত্ৰীসকলৰ বাবে কমেও ৬০ শতাংশ আসন নিৰ্বাচন বিনামূলীয়া কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে ইণ্ডিগ‘, এয়াৰ ইণ্ডিয়া আৰু স্পাইচজেটৰ দৰে আগশাৰীৰ বিমান সংস্থাসমূহে। এই বিমান সংস্থাসমূহক প্ৰতিনিধিত্ব কৰা ‘ফেডাৰেচন অৱ ইণ্ডিয়ান এয়াৰলাইনছ’ (FIA) চমুকৈ এফ আই এ-য়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। বিমান সংস্থাসমূহৰ দাবী যে চৰকাৰৰ এই পদক্ষেপে তেওঁলোকক বৃহৎ ৰাজহ লোকচানৰ সন্মুখীন কৰাব আৰু ইয়াৰ জোৰা মাৰিবলৈ তেওঁলোক সকলো যাত্ৰীৰ বাবে বিমানৰ যাত্ৰীভাৰা বৃদ্ধি কৰিবলৈ বাধ্য হ’ব।

যোৱা ১৮ মাৰ্চত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অসামৰিক বিমান চলাচল সঞ্চালকালয় (DGCA)-লৈ এক নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্দেশনাত যাত্ৰীসকলৰ সুবিধাৰ্থে যিকোনো বিমানৰ কমেও ৬০ শতাংশ আসন আগতীয়াকৈ বিনামূলীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বিমান সংস্থাসমূহক নিৰ্দেশ দিবলৈ কোৱা হৈছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে এফ আই এ-য়ে অসামৰিক বিমান পৰিবহণ সচিব সমীৰ কুমাৰ সিনহালৈ এখন পত্ৰ প্ৰেৰণ কৰি এই নিৰ্দেশনাৰ ফলত বিমান খণ্ডত পৰিব পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে অৱগত কৰে। পত্ৰখনত উল্লেখ কৰা অনুসৰি, এই সিদ্ধান্তই সংস্থাসমূহৰ ওপৰত গভীৰ বিত্তীয় প্ৰভাৱ পেলাব আৰু লোকচানৰ ক্ষতিপূৰণৰ বাবে টিকটৰ মূল দাম বৃদ্ধি কৰিবলগীয়া হ’ব। ইয়াৰ ফলত যিসকল যাত্ৰীয়ে আগতীয়াকৈ কোনো নিৰ্দিষ্ট আসন নিৰ্বাচন কৰিব নিবিচাৰে, তেওঁলোকেও অৱশেষত অতিৰিক্ত ভাড়া ভৰিবলগীয়া হ’ব।

Apply Now

সাধাৰণতে বিমান সংস্থাসমূহে সন্মুখৰ শাৰী বা অতিৰিক্ত ঠাই (legroom) থকা আসন নিৰ্বাচনৰ বাবে যাত্ৰীৰ পৰা ২০০ টকাৰ পৰা ২,১০০ টকালৈকে মাচুল সংগ্ৰহ কৰে। এফ আই এ-ৰ মতে, আসন নিৰ্বাচনৰ মাচুল হৈছে বিমান সংস্থাসমূহৰ ৰাজহৰ এক বৈধ অংশ। বৰ্তমানৰ উচ্চ ব্যয়ৰ বজাৰত বিমান সংস্থাসমূহে অতি কম লাভাংশত কাম কৰে। ইন্ধন, মেৰামতি আৰু বিমানবন্দৰৰ মাচুলৰ দৰে ক্ৰমৱৰ্ধমান পৰিচালনা ব্যয়ৰ ক্ষতিপূৰণৰ বাবে তেওঁলোক এনে অতিৰিক্ত ৰাজহৰ ওপৰতে নিৰ্ভৰশীল। কোনো আগতীয়া আলোচনা নকৰাকৈ চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তই বজাৰ-ভিত্তিক মূল্য নিৰ্ধাৰণ ব্যৱস্থাত বাধাৰ সৃষ্টি কৰিব বুলিও সংস্থাসমূহে অভিযোগ কৰিছে।ইফালে, পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত শেহতীয়াকৈ বিমানৰ টাৰবাইন ইন্ধনৰ (ATF) মূল্য যথেষ্ট বৃদ্ধি পাইছে। ইন্ধনৰ ব্যয় হৈছে এখন বিমানৰ মুঠ পৰিচালনা ব্যয়ৰ প্ৰায় ৪০ শতাংশ। ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে ইতিমধ্যে এয়াৰ ইণ্ডিয়া গোটে ঘৰুৱা বিমানত ৪০০ টকাৰ ইন্ধন চাৰচাৰ্জ (fuel surcharge) আৰোপ কৰিছে আৰু আন সংস্থাসমূহেও টিকটৰ মূল্য বৃদ্ধিৰ কথা চিন্তা কৰিছে। এনে এক জটিল পৰিস্থিতিৰ মাজত চৰকাৰৰ এই বিনামূলীয়া আসন নিৰ্বাচনৰ নিৰ্দেশনাই বিমান সংস্থাসমূহৰ ব্যৱসায়িক স্থিৰতাত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ লগতে অনাগত দিনত সাধাৰণ যাত্ৰীসকলৰ বাবেও বিমান যাত্ৰা ব্যয়বহুল কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd