• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে এআইয়ুডিএফৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 5:45 pm
IMG20181123142308
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এআইয়ুডিএফৰ কাৰ্যবাহী সভাপতি ড০ আদিত্য লাংথাছাই আজি ২৩ নৱেম্বৰ শুকুৰবাৰে গুৱাহাটীত থকা দলীয় প্ৰধান কাৰ্যালয়ত দলটোৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰে। ড০ লাংথাছাই নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক লৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰক কটু সমালোচনা কৰে আৰু ঘোষণা কৰে যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে এই বিতৰ্কিত বিধেয়কখনৰ বাবে গেৰুৱা দলটোৰ বিৰুদ্ধে ভোটদান কৰিব।

ড০ লাংথাছাই কয় যে বিজেপিয়ে নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব। ড০ লাংথাছাই আৰু কয় যে পূৰ্বৰ আৰু বৰ্তমানৰ চৰকাৰেও অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাটোক শক্তিশলী কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

Apply Now

তেওঁ আৰু অভিযোগ কৰে যে বিশেষকৈ বৰাক উপত্যকাৰ অন্তৰ্গত কিছুমান পঞ্চায়তত চৰকাৰে কোনো পুঁজি মোকোলাই নিদিলে। তেওঁ অভিযোগ কৰে যে চৰকাৰে পঞ্চায়তলৈ পুঁজি মোকোলাই দিয়াৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰিছে।

তেওঁ আৰু কৈছে যে ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতি বজাই ৰখা, শিক্ষিত নিবনুৱাৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰা চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক সদনত পাছ কৰাত উঠি পৰি লগাটো চৰকাৰৰ দুৰ্বলতা। বিজেপি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত হৰাৰ উপৰিও ২০১৯ৰ লোকসভা নিৰ্বাচনতো সমস্যাৰ সন্মুখীন বুলি ভৱিষ্যতবাণী কৰে।

তাৰোপৰি, পঞ্চায়ত নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকাত বিজেপিয়ে নিৰ্বাচন অনুষ্ঠিত কৰা নাছিল কাৰণ পল্চায়ত পৰ্যায়ত বিজেপিৰ কোনো ভেটি নাই। কিন্তু উপায়ন্তৰ হৈ বিজেপিয়ে নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে।

‘দূৰ্নীতি’ৰ ওপৰত বিশেষ জোৰ দি এআইয়ুডিএফৰ সভাপতিগৰাকীয়ে কৈছে, ‘স্বাধীনতাৰ পাছৰে পৰা কংগ্ৰেছে দেশখন উচন কৰিছিল। এতিয়া বিজেপিয়েও দেশখন ধ্বংস কৰিব ধৰিছে। কংগ্ৰেছে ২জি কেলংকাৰি সংঘটিত কৰিছিল আৰু বিজেপিয়ে ৰাফে’ল ডীল কেলেংকাৰি সংঘটিত কৰিছে। চৰকাৰ পৰিৱৰ্তন হৈছে কিন্তু কেলেংকাৰিৰ পৰিমাণ একেই আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd