• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘজানৰ ক্ষতিগ্ৰস্তক আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা সাংসদ বদৰুদ্দিন আজমলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2020 1:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঘজানৰ তেলখাতৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছে এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলে।

এই দহ লাখ টকা পেকেজৰে ক্ষতিগ্ৰস্ত প্ৰায় ৩ হাজাৰ মহিলাক মেখেলা, চাদৰ আৰু শাৰী বিতৰণ কৰাৰ উপৰিও প্ৰায় ৬০০ পুৰুষক লংপেন্ট চাৰ্ট প্ৰদানৰ কথা ঘোষণা আজমলৰ।

Apply Now

ইয়াৰ উপৰি, এই অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা দুয়োগৰাকী লোকৰ পৰিয়াললৈ ৫০ হাজাৰকৈ এক কালীন সাহায্যৰ কথা ঘোষণা কৰে আজমলে।

আজিৰ পৰাই এই সাহায্য বিতৰণৰ কাম আৰম্ভ হ’ব বুলি আজমলে জনায়।

যোৱা তিনিদিন ধৰি এআইয়ুডিএফৰ এটা দল কংগ্ৰেছৰ বিধায়কৰ সৈতে ঘূৰি ক্ষতিগ্ৰস্ত লোকৰ অৱস্থাৰ বুজ লৈ থকা বুলিও আজমলে জানিবলৈ দিয়ে।

ইপিনে, যোৱা নিশা এই ১০ লাখ টকাৰ সাহায্য লৈ বাঘজানলৈ এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আৰু বিধায়কৰ এটা দল ৰাওনা হৈছিল বুলি তেওঁ কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd