• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে: অজাপ

বিবাদমান অঞ্চলৰ জনসাধাৰণৰ মতামতক উপেক্ষা কৰি মাটি গতাই দিয়াৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 6:02 pm
CM meeting on Border issue
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনমতক উপেক্ষা কৰি অসমৰ ছয়টা অঞ্চলৰ মাটি মেঘালয়ক গতাই দিয়া কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ মতে, বিবাদমান এলেকাত বসবাসকাৰী জনগণৰ মতামতক উপেক্ষা কৰি তেনে কাৰ্য্য কৰাটো জনবিৰোধী৷

নিজৰ উচ্চাকাংক্ষাৰ স্বাৰ্থ আগত ৰাখি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এনে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলে অভিযোগ কৰে৷

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিস্পত্তি কৰাৰ ক্ষেত্ৰত কাৰো বিৰোধ থাকিব নালাগে৷ কিন্তু ৰাজ্য চৰকাৰে উক্ত কাৰ্য্য সম্পাদন কৰিবলৈ যাওঁতে প্ৰচলিত সাংবিধানিক বিধি-ব্যৱস্থাক উলংঘা কৰাটো সমৰ্থনযোগ্য নহয়৷

Apply Now

লগতে পঢ়ক: আলফা-স্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ যুৱকৰ

“প্ৰতিবেশী ৰাজ্যৰ লগত সৌহাদ্যপূৰ্ণভাবে আমি সকলোৱেই থাকিব বিচাৰো৷ সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ জৰিয়তে সম্পাদন হোৱা উচিত৷ কিন্তু তাৰ বাবে আপোচ নহয়, এৰা-ধৰাৰহে প্ৰয়োজন৷ অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে আলোচনা সাপেক্ষে আক্ৰান্ত অঞ্চলৰ জনসাধাৰণৰ মতামতক উপেক্ষা কৰি যি একচেটিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, তাত কেৱল অসমৰ ভূমিহে এৰি দিয়া হৈছে৷ মেঘালয়ৰ পৰা যিখিনি ভূমি অসমে লাভ কৰিব বুলি চৰকাৰে দাবী কৰিছে, সেইখিনি মেঘালয়ৰ দখলত থকা অসমৰে ভূমি বুলি সেই অঞ্চলৰ জনসাধাৰণে কৰা মন্তব্যৰ পৰা আচল ছবিখন পৰিস্কাৰ হৈ গৈছে৷ এই ক্ষেত্ৰত বিচাৰ্য্য বিষয়টো হ’ল- অসমৰ এই বাসিন্দাসকলে নতুন ৰাজ্যলৈ গৈ কি অৱস্থাত থাকিব লাগিব? মেঘালয় ৬ষ্ঠ অনুসূচীভূক্ত ৰাজ্য৷ গতিকে অসমৰ ভৈয়াম জনজাতি বা অজনজাতিসকলৰ মেঘালয়ত সামাজিক স্থান কি হ’ব এই বিষয়বোৰ স্পষ্ট হোৱা উচিত৷”- গগৈ আৰু ভূঞাই কয়৷

লগতে পঢ়ক: পুনৰ কাজিৰঙাত গঁড় হত্যা! কহৰাত চোৰাং চিকাৰীয়ে হত্যা কৰি গঁড়ৰ খৰ্গ লৈ উধাও

জাতি-মাটি-ভেটিৰ কথা কোৱা এখন চৰকাৰে নিজৰ ৰাজ্যৰ মাটি আৰু মানুহক এনেকৈ বিসৰ্জন দিব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি জাতীয় পৰিষদৰ সভাপতি-সম্পাদকদ্বয়ে কয়, “বিভিন্ন সময়ত অসম বিধান সভাত চৰকাৰে দিয়া তথ্য অনুসৰি মেঘালয়ে অসমৰ ৩৫ বৰ্গ কি:মি: মাটি বেদখল কৰি আছে৷ এতিয়া নতুন চুক্তি অনুসৰি সেই মাটি আধা আধা হ’ব। তাৰ মানে এয়া দিল্লীয়ে বিচাৰিলে নলবাৰীও এৰি দিম বুলি কোৱা কথাৰেই প্ৰতিফলন নেকি? এয়া বুজাবুজি নে আত্মসমৰ্পণ? জাতি মাটি ভেটিৰ ৰক্ষকৰ এনে জাতি-মাটি-ভেটিবিৰোধী ভূমিকা পুতৌজনক৷”

লগতে পঢ়ক:বুল্লি বাই কাণ্ড: আন এজন অভিযুক্তক উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত অমিত শ্বাহৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হুৰমুৰকৈ উক্ত সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে আগবেলা সৰ্বদলীয় বৈঠক আৰু পিছবেলা জাতীয় সংগঠনেৰে আলোচনা কৰি পিছদিনা কেবিনেট বৈঠকত বিষয়টো অনুমোদন কৰাই তাৰ পিছদিনা গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন ল’বলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীলৈ উৰা মৰা কাৰ্য্য ৰহস্যজনক৷ দীৰ্ঘদিনীয়া সমস্যা এটা সকলো পক্ষ্যৰ লগত আলোচনা কৰি সম্পাদন কৰা উচিত বুলিও তেওঁলোকে মত প্ৰকাশ কৰে৷ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd