DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ কাজিৰঙাত গঁড় হত্যা! কহৰাত চোৰাং চিকাৰীয়ে হত্যা কৰি গঁড়ৰ খৰ্গ লৈ উধাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 4:35 pm
WhatsApp Image 2022-01-20 at 8.16.15 PM
2.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ৯মাহৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰিলে।

বন বিভাগৰ সূত্ৰসমূহে কয় যে গঁড়টোক হত্যা কৰা হৈছেনে সেয়া নিশ্চিত কৰিব পৰা নাই যদিও চোৰাং চিকাৰীয়ে গঁড়টোৰ খৰ্গ লৈ উধাও হৈছে।  

বৃহস্পতিবাৰে ৰাতিপুৱা গঁড়টোৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: পথ দুৰ্ঘটনাত নিহত পিতৃ-মাতৃ, দিক্ বিদিক হেৰুৱাইছে চয়নিকা-তন্ময়ে; ‘মামা’ক সহায়ৰ আহ্বান

উল্লেখ্য যে যোৱা ৯ মাহত এইটো গঁড় হত্যাৰ প্ৰথম ঘটনা। যোৱা ২০২১ৰ এপ্ৰিলত শেষবাৰ গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল।

বন বিভাগ তথা আৰক্ষীয়ে এই গঁড় হত্যাৰ এক তদন্ত আৰম্ভ কৰিছে।

চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ মৃতদেহটো উদ্ধাৰ হোৱা স্থানত স্নিফাৰ ডগ নিয়োগ কৰা হৈছে।

লগতে পঢ়ক: আঁৰত প্ৰেমৰ সম্পৰ্ক! যুৱকৰ নিৰুদ্দেশক লৈ উত্তপ্ত হাজো আৰক্ষী থানা

অসমত গঁড় হত্যাৰ ঘটনা হ্ৰাস পোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন চৰকাৰক ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছেনে প্ৰশংসা কৰাৰ এদিনৰ পাছতে মৃত গঁড়টো উদ্ধাৰ হৈছে।

বিগত কেইমাহমানত অসমত গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা দেখা পোৱা হোৱা নাছিল। 

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd