• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জালুকবাৰীত অজাপৰ নিৰ্বাচনী ৰণহুংকাৰ; দলে সমষ্টিটোত এগৰাকী সিংহ পুৰুষক দিব প্ৰাৰ্থিত্ব

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , February 3, 2021 8:15 pm

1 min read

AJP meeting at Sualkuchi

শুৱালকুছিত অজাপৰ জনজাগৰণ সভা। ফটো: নৰ্থইষ্ট নাও।

274
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে জালুকবাৰী সমষ্টিত অসম জাতীয় পৰিষদৰ এখন বিশাল জনজাগৰণ সমাবেশ অনুষ্ঠিত হয়।

বৰ্তমান বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এই জনজাগৰণ সভা।

শুৱালকুছি বালিছৰত অনুষ্ঠিত এই সভাত উদাত্ত ভাষণ আগবঢ়ায় অজাপৰ নেতা লুৰিনজ্যোতি গগৈ, দুলু আহমেদ আৰু জগদীশ ভূঞাই।

নিজৰ ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰলোভনৰ ৰাজনীতি এইবাৰ উফৰি যাব বুলি দাবী কৰে লুৰিনজ্যোতি গগৈয়ে।

দুই সহস্ৰাধিক দলীয় নেতা-কৰ্মীৰে উপস্থিতিত আজি অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এই জনজাগৰণ সভা।

শুৱালকুছিৰ মূল তোৰণৰ পৰা অজাপ নেতৃত্বক ৰাইজে আদৰি আনে।

শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰ আৰু সিদ্ধেশ্বৰ দেৱালত সেৱা লৈ সভালৈ আগবাঢ়ে লুৰিনজ্যোতি সহ দলটোৰ নেতৃত্ব।

জালুকবাৰীত এইবাৰ অজাপই এগৰাকী সিংহ পুৰুষক টিকট দিব বুলি ঘোষণা কৰাৰ লগতে কংগ্ৰেছক ভোট দি মূল্যবান ভোট নষ্ট নকৰিবলৈকো দলৰ নেতৃত্বই ৰাইজক আহ্বান জনায়।

আনহাতে, অজাপৰ সভাৰ প্ৰাক মুহূৰ্তত শুৱালকুছিত বিজেপিৰ অৰ্ধ শতাধিক তোৰণ, হাজাৰ হাজাৰ পতাকা অঁৰা বিষয়ক লৈ মন্তব্য কৰে দুলু আহমেদে।

অজাপৰ নেতৃত্বক আদৰিবলৈয়ে বিজেপিৰ এই ব্যৱস্থা বুলিও কটাক্ষ কৰে আহমেদে।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd