• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বৃহৎ ভূমি কেলেংকাৰী ফাদিল হৈছে-লুৰীণজ্যোতি গগৈ

মাটিৰ প্ৰধান দালাল কেইটা দিছপুৰতে বহি আছে— জগদীশ ভূঞা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 8, 2021 5:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি দখলৰ কথা ৰাজনৈতিক পৃষ্ঠপোষকতাত হোৱা বুলি অভিযোগ তুলি ইয়াক বৃহৎ ভূমি কেলেংকাৰী বুলি মন্তব্য কৰে।

তেওঁ কয় “১৯৮৯ চনৰ ভূমি নীতি অনুসৰি চৰকাৰী মাটি ৰাজহুৱা প্ৰতিষ্ঠানক দিলে তিনিবছৰলৈকে ক্ৰয়- বিক্ৰয় কৰিব নোৱাৰে।
অসমৰ ৰবাৰ্ট বাদ্ৰা স্বৰূপ স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা বুলিও উল্লেখ কৰে গগৈয়ে।

Apply Now

ৰিণিকী ভূঞা শৰ্মাৰ মোমায়েকৰ নামো সাঙুৰ খাইছে ভূমি কেলেংকাৰীৰ মাজেদি হোৱা অবৈধ টকাৰ হস্তান্তৰত। ৰিণিকী ভূঞা শৰ্মাৰ মাতৃলৈও টকা হস্তান্তৰ হোৱাৰ অভিযোগ কৰে অসম জাতীয় পৰিষদে।

এই গোটেই প্ৰক্ৰিয়াটোত নাম সাঙোৰ খাই পৰা মানুহৰ এখন দীঘলীয়া তালিকা আছে বুলিও উল্লেখ কৰে গগৈয়ে।এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে ধনৰ অবৈধ সৰবৰাহো চলিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ অঙহী বঙহীয়ে চলাইছিল অবৈধ ধনৰ সৰবৰাহ। তথ্য প্ৰমাণৰ ভিত্তিত উঠা এই অভিযোগৰ স্পষ্টীকৰণ ২৪ ঘন্টাৰ ভিতৰত চৰকাৰক দিবলৈ দাবী অসম জাতীয় পৰিষদৰ।

লগতে সমগ্ৰ ঘটনা CBI, ED ৰ হতুৱাই তদন্তৰ দাবী জনাই নেতাজনে। ১৭ টা কোম্পানীয়ে এই গোটেই প্ৰক্ৰিয়াটো চলোৱাৰ অভিযোগ কৰে তেওঁ।মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ক’ত ক’ত বাগান খোল খাইছে, ক’ত ক’ত ঔষধৰ ব্যৱসায় চলিছে সকলো ফাদিল হ’ব লাহে লাহে বুলি গগৈয়ে উল্লেখ কৰে।

জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ জ্ঞাতে এই কাম সম্পন্ন হৈছে। চৰকাৰীভাৱে এই ভূমি কেলেংকাৰী হৈছে আৰু লগত ইয়াৰ লগত টকাৰ অবৈধ লেনদেনৰ বিষয়টো সাঙোৰ খাই পৰিছে।

মাটিৰ প্ৰধান দালাল কেইটা দিছপুৰতে বহি আছে বুলি মন্তব্য কৰে জগদীশ ভূঞাই।

এই গোটেই ঘটনাৰ তদন্ত নহ’লে অসমৰ ৰাইজে ভাৱিবলৈ বাধ্য হ’ব ৰাজনৈতিক ভাৱে শক্তিশালী সকলক আইন- আদালতে একো কৰিব নোৱাৰে বুলিও তেওঁ কয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd