• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত নিৰ্বাচনলৈ টঙালি বান্ধিছে অজাপ-এ : যুৱ পৰিষদসহ দুখনকৈ আঞ্চলিক কমিটি গঠন

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , January 31, 2021 8:23 pm

2 min read

IMG-20210131-WA0039
126
VIEWS
Share on FacebookShare on Twitter

টীয়কত  জাতীয় পৰিষদ দলৰ সংগঠনিক কাম-কাজত তৎপৰতা বৃদ্ধি। কাকজান আঞ্চলিক আৰু পূব টীয়ক আঞ্চলিক পৰিষদৰ  সমিতি গঠন

ৰাজ্যৰ নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিত সাংগঠনিক তৎপৰতা তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে।

টীয়ক বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদ দলে কালি কাকজান আঞ্চলিক আৰু আজি পূব টীয়ক আঞ্চলিক  পৰিষদৰ পূৰ্ণাংগ সমিতি গঠন কৰে।

কালি কাকজান বনগাঁও তিনি আলিত দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত দিলীপ বৰুৱাক  সভাপতি, অভিজিত বৰুৱা আৰু আৰিফ আহমেদক সম্পাদক হিচাপে লৈ অসম জাতীয় পৰিষদ দলৰ কাকজান আঞ্চলিক পৰিষদ খনি গঠন কৰা হয়।

সমান্তৰালভাৱে মমী বৰাক সভানেত্ৰী আৰু  চৈয়দা মামদূহা ফাৰহান আৰু হেমদা শইকীয়াক সম্পাদিকা হিচাপে লৈ  কাকজান জাতীয় মহিলা শক্তি সমিতিও গঠন হয়।

নজৰুল আহমেদক সভাপতি আৰু আলিউৰ ৰহমান আৰু শংকৰ ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ  যুৱ শক্তিৰ আঞ্চলিক সমিতিও উক্ত সভাতে গঠন কৰা হয়।

আনহাতে আজি দচুক মাজগাঁৱত সৌৰভ বৰাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত জীৱন বৰাক সভাপতি, কৃষ্ণ হাজৰিকাক উপ সভাপতি আৰু ব্ৰজেন ওজাক সম্পাদক হিচাপে লৈ পূব টীয়ক আঞ্চলিকখন গঠন কৰা হয়।

ববিতা শইকীয়াক সভানেত্ৰী আৰু জুলি ভূঞাক সম্পাদিকা হিচাপে লৈ জাতীয় মহিলা শক্তি আৰু নৱজ্যোতি শইকীয়াক সভাপতি, জিণ্টু দত্তক সম্পাদক হিচাপে লৈ জাতীয় যুৱ শক্তি পূব টীয়ক আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত   দলৰ ৰাজ্যিক উপ সভাপতি ৰাণা চাংমাই,  জিলাৰ মুখ্য আহ্বায়ক সৌৰভ বৰা, মাধুৰ্য্য চাংকাকতি, যুৱ শক্তি জিলা আহ্বায়ক ৰিন্টু খাউণ্ড, জিলাৰ আহ্বায়ক নৱজ্যোতি বৰবৰাসহ বহু কেইগৰাকী  বিষয়বৱীয়া উপস্থিত থাকে।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd