• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ চৰকাৰৰ প্ৰতিনিধিক আমন্ত্ৰণ নকৰিবলৈ যুৱ ছাত্ৰ পৰিষদৰ আহ্বান

উত্তম শইকীয়া by উত্তম শইকীয়া
January 3, 2020 11:22 am
Image_1577977996133~2

শ্রীমন্ত শংকৰদেব সংঘৰ অধিৱেশনলৈ চৰকাৰী প্রতিনিধিক আমন্ত্রণ নজনাবলৈ আহ্বান জনাইছে যুৱ ছাত্র পৰিষদে। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ কমাৰ গাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ নামেৰে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশনলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰী বিধায়কক নিমন্ত্ৰণ নজনাবলৈ আয়োজক সমিতিক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ যদি ৰাইজে এঘৰীয়া কৰা ৰাজনৈতিক নেতা সকলক নিমন্ত্ৰণ কৰে তেন্তে শংকৰদেৱ সংঘকো ৰাইজে এঘৰীয়া কৰিব বুলি মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷

Apply Now

অধিৱেশনৰ বাবে প্ৰয়োজনীয় অৰ্থৰ বাবে চৰকাৰৰ ওচৰত হাত নেপাতিবলৈ কৈ অসমৰ ৰাইজক মুক্ত হস্তে দান বৰঙণি দিবৰ বাবেও তেওঁ আহ্বান জনায় ৷

ইফালে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী সকলক বদন আখ্যা দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ নেতৃত্বই ঘোষণা কৰে যে অধিবেশন থলীলৈ কোনো মন্ত্ৰী বিধায়কৰ আগমন হ’লে যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব৷

সংগঠনটোৰ মতে শংকৰ আৰু মাধৱ দেৱৰ আদৰ্শৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ বোকাখাত অধিবেশনলৈ জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আছে ৷

অধিবেশন সাফল্য মণ্ডিত কৰিবৰ বাবে অসমৰ ৰাইজলৈ আহ্বানো জনায় সংগঠনটোয়ে ৷

আনহাতে, নাগৰিকত্ব ( সংশোধনী ) আইনক সমর্থন জনাই থকা চৰকাৰৰ মন্ত্রী, বিধায়কসকল যদি অধিৱেশন থলীলৈ আহে তেন্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা গণতান্ত্রিকভাবে আন্দোলনৰ কার্যসূচী ল’বলৈ বাধ্য হ’ব বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি দীপক হাজৰিকায়ো স্পষ্ট কৰি দিছে।

ইয়াৰ বিপৰীতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমীয়াক ভালপোৱা প্রতিজন ব্যক্তিক যাতে এই অধিবেশন লৈ আমন্ত্রণ জনায় তাৰ বাবে  শ্ৰীমন্ত শংকৰ সংঘৰ আদৰণি সমিতিক আহ্বান জনায় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd