• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাৰ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলিৰ দাবীত লিডুত যুৱ ছাত্ৰৰ অৱস্থান ধৰ্মঘট

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
January 28, 2022 6:41 am
122
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ দাবীৰে লিডু কালীবাৰী ৰঙ্গমঞ্চত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনি ঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসম তথা ভাৰতৰে অৰ্থনৈতিক ভেটি টনকিয়ালত কৰাত অৰিহণা আগবঢ়োৱা খনিজ প্ৰতিষ্ঠানটো বন্ধ হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই অতিশীঘ্ৰে উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰাৰ দাবী জনায়।

স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাকো মাৰ্ঘেৰিটাৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠানটো মুকলিৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ ল’বৰ বাবে দাবী জনোৱাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে লিডু অঞ্চলত চলি থকা অবৈধ খনি সমূহ বন্ধ কৰাৰো দাবী উত্থাপন কৰে। আনহাতে অবৈধ ভাবে চলি থকা চোৰাং কয়লাৰ সন্দৰ্ভতো মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈও এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে পৰিষদে।

উল্লেখ যে ক’ল ইণ্ডিয়া বন্ধ থকাৰ পাছতো একাংশ কয়লা মাফিয়াই বৰ্তমানেও চোৰাং কৈ লিডু, বৰগোলাই, নামদাং, বম গাড়া, লেখাপানী লালপাহাৰ, জাগুন নামফাই আদি অঞ্চলৰ পৰা দৈনিক চোৰাং কয়লা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ ট্ৰাক, ট্ৰেইলাৰ গাড়ীৰে সৰবৰাহ কৰি আহিছে।

ফলত উত্তৰ পূৱ কয়লা ক্ষেত্ৰত মৃত্যু ঘন্টা বাজিছে। এইক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ জনৈক গুৰুং, চেত্ৰী, বৰকাকতি, চেতিয়া আদি চোৰাং কয়লা চোৰৰ নেতৃত্ব দৈনিক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে পৰিষদে।

এইক্ষেত্ৰত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ চুকা মুদা কুলিৰ ভাও প্ৰৰ্দশন কৰি অহাৰো অভিযোগ তুলিছে যুৱ-ছাত্ৰ সংগঠনটোৱে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd