• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা-বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , January 9, 2021 2:52 pm

1 min read

AJYCP protest

ফটো: নৰ্থইষ্ট নাও।

153
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত শনিবাৰে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হয়। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী শ্ল’গানেৰে উত্তাল হৈ পৰে শিৱসাগৰ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে জাতি ধ্বংসী নাগৰিকত্ব আইন বাতিলৰ দাবীৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ আহ্বান জনায়।

অসমৰ জাতি-ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ শ্ল’গানেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি কা’ আন্দোলন স্থগিত আছিল যদিও বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যত পুনৰ কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব।

কা ‘ গৃহীত হোৱাৰ পৰা  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক ভাৱে আন্দোলন অব্যাহত ৰাখিছে।

অনাগত দিনতো এই কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Recent News

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd