• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত অংক আৰু বিজ্ঞানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

এন ই নাও নিউজ, বিশ্বনাথ, কলিয়াবৰ, শিৱসাগৰ by এন ই নাও নিউজ, বিশ্বনাথ, কলিয়াবৰ, শিৱসাগৰ
August 17, 2022 5:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ পৰা কাজি জেইদুল ইছলাম
ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে ৰাজ্য চৰকাৰ সিদ্ধান্তক স্ববিৰোধী অথবা অবিবেচকী সিদ্ধান্ত বুলি আখ্যা দি এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই হতকাৰি সিদ্ধান্তৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ নগৰত তিনিঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাতো ক’ব আৰু লিখিব পৰাটো সংগঠনটোৱেও বিচাৰে যাতে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰোতে অথবা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসুবিধাৰ সন্মুখিন নহয়।কিন্ত প্ৰথমে হিন্দী আৰু বৰ্তমান ইংৰাজী ভাষাৰ বোজা জাপি দি অসমীয়া ভাষাটোলে সংকট নমাই অনাটো পৰিষদে তীব্ৰ বিৰোধিতাকৰে।

সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,বিশ্বনাথ জিলা সমিতিয়ে  চৰকাৰৰ এনে স্ববিৰোধী আৰু অসমীয়া ভাষা বিদ্বেষী সিদ্ধান্তক তীব্ৰ গৰিহণা বা বিৰোধিতা জনাই এই সিদ্ধান্ত বাতিল কৰা আৰু ইয়াৰ পৰিৱৰ্তে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰতিটো শ্ৰেণীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠা কৰা আৰু সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবীত  অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে তিনি ঘন্টীয়া ‘গণ অৱস্থান ধৰ্মঘট’ কাৰ্যসূচী গ্ৰহণ কৰে।

Apply Now

শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ
অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গনিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।সংগঠনটোৱে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।চৰকাৰী আদৰ্শ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পৰা ৩০০ টকাকৈ ল’ব বিচৰা সিদ্ধান্তৰো বিৰোধিতা এ জে ৱাই চি পিৰ।চৰকাৰী বিদ্যালয়ক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলিও ক্ষোভ এ জে ৱাই চি পিৰ।

কলিয়াবৰৰ পৰা ৰিদিপ শৰ্মা
সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ “গণ অৱস্থান ধৰ্মঘট” কাৰ্যসূচী। তৃতীয় মান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যম কৰা বাতিল কৰা, প্ৰতিটো শ্ৰেণীৰ বিপৰীতে একোজনকৈ শিক্ষক দিয়াৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে। কলিয়াবৰ তিনিআলিৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত কৰা এই প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিত্ত সম্পাদক সঞ্জীৱ শৰ্মা আৰু কলিয়াবৰৰ বিশিষ্ট শিক্ষাবিদ ভূপেন শৰ্মা উপস্থিত থাকে।

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাই লগতে অন্যান্য সদস্য সকলক আটক কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰৰ জিলা সমিতিয়ে। অনতি পলমে আটাইকেইজন সদস্যকে বিনা চৰ্তত মুক্তিৰ দাবী তুলিছে। অন্যথা গণতান্ত্ৰিক আন্দোলন পঢ়ি তোলাৰ হুংকাৰ দিয়ে।

এন ই নাও নিউজ, বিশ্বনাথ, কলিয়াবৰ, শিৱসাগৰ

এন ই নাও নিউজ, বিশ্বনাথ, কলিয়াবৰ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd