• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

এই ঘটনাই ২০২৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাচি পাথানা সমষ্টিক ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দুত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 8:49 am
107
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰী কেহৰ সিঙৰ পুত্ৰ সতৱন্ত সিঙক আকালি দল ৱাৰিছ পঞ্জাব দে (ADWPD)ৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বাচি পাথানা সমষ্টিৰ পৰা তেওঁক প্ৰক্ষেপ কৰা হৈছে। দলটোৰ কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃতপল সিঙে এই প্ৰাৰ্থিত্ব ঘোষণা কৰে।

এই ঘোষণাই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰো সূচনা কৰিছে। কাৰণ ফৰিদকোটৰ সাংসদ সৰবজিৎ সিং খালছাৰ ভগ্নী অমৃত কৌৰ মালৱাই ইয়াৰ পূৰ্বে ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত বাচি পাথানা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

Apply Now

সতৱন্ত সিঙৰ প্ৰাৰ্থিত্ব ঘোষণা কৰি তৰ্ছেম সিঙে কয় যে এই সিদ্ধান্ত পন্থ আৰু পঞ্জাৱৰ বাবে প্ৰাণ আহুতি দিয়া পৰিয়ালক সন্মান জনোৱাৰ প্ৰতি দলৰ দায়বদ্ধতাৰ প্ৰতিফলন। তেওঁৰ মতে, দলৰ ৰাজনীতি কেৱল নিৰ্বাচনী হিচাপৰ ওপৰত নিৰ্ভৰশীল নহয়। ধৰ্মীয় নীতি, পঞ্জাৱৰ অধিকাৰ আৰু এনে বলিদানৰ সৈতে জড়িত পৰিয়ালৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ ওপৰত ভিত্তি কৰি দলটোৰ ৰাজনীতি চলিব।

আকালি দল ৱাৰিছ পঞ্জাৱ দেৰ ফালৰ পৰাও তেওঁলোকৰ ৰাজনীতি কেৱল নিৰ্বাচনী স্বাৰ্থৰ ওপৰত কেন্দ্ৰিত নহয় বুলি উল্লেখ কৰিছে। তেওঁলোকে কৈছে ধৰ্মীয় নীতি, পঞ্জাৱৰ অধিকাৰ আৰু শিখ সম্প্ৰদায়ৰ বাবে বলিদান দিয়া পৰিয়ালসমূহৰ সন্মান আৰু মৰ্যাদা দলৰ ৰাজনীতিৰ অন্যতম ভেটি।

তৰ্ছেম সিঙে কয় যে এনে পৰিয়ালক আওকাণ কৰা হৈছে বুলি ধাৰণাটো সঠিক নহয়। তেওঁলোকক মনোনীত কৰাটোৱে প্ৰমাণ কৰে যে দলটোৱে তেওঁলোকক উপযুক্ত প্ৰতিনিধিত্ব দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ সমান্তৰালকৈ তেওঁ শ্বহীদ পৰিয়ালৰ সদস্য সুখৱিন্দৰ সিং আগৱানক দলৰ সংসদীয় ব’ৰ্ডত নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, এই পৰিয়ালসমূহৰ সদস্যসকলক সাংগঠনিক দায়িত্ব দিয়াৰ এয়াও এক নিদৰ্শন।

উল্লেখযোগ্য যে সতৱন্ত সিঙৰ প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ সময়ত অমৃতসৰ প্ৰেছ ক্লাবত উপস্থিত আছিল ফৰিদকোটৰ সাংসদ সৰবজিৎ সিং খালছা। আকালি দল ৱাৰিছ পঞ্জাৱ দে আৰু খাদুৰ চাহাবৰ সাংসদ অমৃতপল সিঙৰ পিতৃ বাপু তাৰচেম সিঙৰ সৈতে মঞ্চত উপস্থিত আছিল।

এই ঘটনাই ২০২৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাচি পাথানা সমষ্টিক ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দুত ৰাখিছে। এই সমষ্টিৰ পৰা কেইবাজনো ধৰ্মীয় নেতাই নিজৰ প্ৰাৰ্থিত্ব দাবী কৰাৰ লগে লগে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক সমীকৰণে কেনে দিশলৈ গতি কৰিব তাৰ প্ৰতি দৃষ্টি আকৰ্ষিত হ’ব। একে সময়তে এই ঘোষণাই নিৰ্বাচনৰ পূৰ্বে নৱগঠিত ধৰ্মীয় সংগঠনৰ ৰাজনৈতিক স্থিতিতো প্ৰভাৱ পেলাব পাৰে।

উল্লেখ্য যে ১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীক তেওঁৰ দুজন শিখ দেহৰক্ষী সতৱন্ত সিং আৰু বিয়ন্ত সিঙে গুলীয়াই হত্যা কৰিছিল। কেহৰ সিঙকো হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ১২০-বি ধাৰাত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়ৰ লগতে পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে এই শাস্তি বাহাল ৰাখে। ১৯৮৯ চনৰ ৬ জানুৱাৰীত তিহাৰ কাৰাগাৰত তেওঁক ফাঁচী দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd