• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত অখণ্ড মণ্ডলীৰ সৰ্বভাৰতীয় মহোৎসৱ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 27, 2018 11:16 pm
হাফলঙত অখণ্ড মণ্ডলীৰ সৰ্বভাৰতীয় মহোৎসৱ

হাফলঙত অখণ্ড মণ্ডলীৰ সৰ্বভাৰতীয় মহোৎসৱৰ বৃ্হস্পতিবাৰৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখণ্ড মণ্ডলীৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ মহোৎসৱক কেন্দ্ৰ কৰি উদুলি-মুদুলি শৈল চহৰ হাফলং। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্ত প্ৰাণ ৰাইজ গোট খোৱাৰ উপৰিও প্ৰতিবেশী দেশ বাংলাদেশৰ পৰাও ভকতসকলে ভাগ লয়।

হাফলং চৰকাৰী বয়জ এইচ এছ স্কুল খেলপথাৰত অনুষ্ঠিত হৈছে মূল অনুষ্ঠান। অনুষ্ঠানত ভাগ লোৱা কাৰণে কলিকতাৰ পৰা পাৰ্বত্য চহৰ হাফলঙত উপস্থিত হৈছে বৰ্তমান অখণ্ড সংঘ প্ৰধান তপন ব্ৰহ্মচাৰী।

Apply Now

যোৱা দুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল হাফলঙত গোট খাইছে। আজি অনুষ্ঠানৰ অঙ্গ হিচাপে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। য’ত কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভাগ লোৱাৰ লগতে অখণ্ড সংঘপ্ৰধান তপন ব্ৰহ্মচাৰীয়েও ভাগ লয়।

সজাই-পৰাই উলিওৱা হয় চাৰিখনকৈ ৰথ। মহিলাসকলে ৰঙা আৰু বগা ৰঙৰ শাৰী পৰিধান কৰাৰ বিপৰীতে পুৰুষসকলে বগা ধুতি আৰু পাঞ্জাবী পৰিধান কৰে। শোভাযাত্ৰা হাফলং গাডাঈন ৰাজিত থকা মন্দিৰ চৌহদৰ পৰা আৰম্ভ হৈ হাফলঙৰ প্ৰধান ৰাজপথ পৰিক্ৰমা কৰি কনভেন্ট ৰোড, ৰামনগৰ, বিশ্ব হিন্দু পৰিষদ পথ হৈ মন্দিৰ চৌহদ পায়। হৰি ওম নামেৰে আকাশ বতাহ একাকাৰ হৈ উঠে।

আজিৰ শোভাযাত্ৰাত ডিমাচা, নাগা আদি বিভিন্ন জনগোষ্ঠীয় ৰাইজেও নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ভাগ লয়।

আচলতে পাৰ্বত্য জিলাত আজিৰ দিনত অতীতৰ ক’লা দিন নাই। এতিয়া হাফলঙকে ধৰি জিলাৰ প্ৰতিটো প্ৰান্তত এক সুকীয়া পৰিৱেশ বিৰাজমান। যাৰ কাৰণে এনে এখন সৰ্বভাৰতীয় পৰ্যায়ৰ মহোৎসৱৰ আয়োজন কৰা সম্ভৱপৰ হৈছে। অকল মহোৎসৱ নহয়।

অখণ্ড মণ্ডলীৰ উদ্যোগত এখন সুউচ্চ মন্দিৰ নিৰ্মাণ কৰা হৈছে। অহা ১লা জানুৱাৰিত মহোৎসৱৰ অন্তিম দিনা অখণ্ড সংঘ প্ৰধান তপন ব্ৰহ্মচাৰীৰ হাতেৰে নৱনিৰ্মিত অখণ্ড উপাসনা মন্দিৰৰ দ্বৰোদ্ঘাটন হ’ব।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd