• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী : ক’লে ‘অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2021 4:57 pm
Akhil HImanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সদনৰ মজিয়াত আক্ৰমণাত্মক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আনকি আক্ৰমণ কৰি অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা কৰি থকা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Apply Now

তেওঁ কয় ‘বেমাৰী মানুহ এজনত সদনত কেনেকৈ বহুৱাব পাৰে? অখিল গগৈ মানসিকভাৱে ভাল অৱস্থাত নাই। সদনত অখিল গগৈয়ে কোভিড প্ৰট’কল পাহৰি ইজনৰ পৰা সিজনৰ ওচৰত গৈছে, ই এক বেমাৰৰ আগজাননী। চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে এয়াই তেওঁৰ বেমাৰ।‘

‘কিছুদিন পূৰ্বে ভৰহ নৰহে কৈছিল যে অখিল গগৈক সদনত বহাৰ অনুমতি দিব লাগে। যিগৰাকী ব্যক্তিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চাৰিমাহ ধৰি চিকিৎসা কৰি আছে আৰু চিকিৎসকে কৈছে মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই। চিকিৎসকে তেওঁৰ মানসিক ৰোগৰ চিকিৎসা কৰি আছে। মানসিক ৰোগৰ বাবে তেওঁ চিকিৎসা লাভ কৰি আছে।‘ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

ইপিনে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকক মুখ্যমন্ত্ৰীয়ে অখিল গগৈ সুস্থ হৈ আছে আপোনালোকে কিয় চিকিৎসালয়ত ৰাখি থৈছে? বুলি প্ৰশ্ন কৰাত চিকিৎসকে উত্তৰত তেতিয়া কৈছিল ‘সেইটোৱেই তেওঁৰ বেমাৰ।‘

তেওঁ লগতে কয় ‘যদি অখিল গগৈয়ে সুস্থ বুলি কয় তেন্তে আইন মতে তেওঁ জেইলত যাব লাগিব। যদি কয় তেওঁ বিধানসভাত উপস্থিত থাকিব নোৱাৰে তেওঁ অসুস্থ বুলি কয় তেন্তে তেওঁ পেয়িং কেবিনত থাকিব লাগিব।‘

ইপিনে, এজন বেমাৰীক বিধানসভাত উপস্থিত থাকিবলৈ কিয় অধ্যক্ষই লিখি দিব? বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় ‘আমাৰ পৰা অধ্যক্ষই প্ৰতিক্ৰিয়া বিচৰাত আমি ক’লো বেমাৰী মানুহ এজনক সদনলৈ আহিব দিব নোৱাৰে।‘

তেওঁ লগতে কয় ‘সিদিনাখন অখিল গগৈ মোৰ ওচৰতো আহিছে, মই ভাবিছো কিয় আহিছে? আমি সিদ্ধান্ত লৈছো যে কোভিডৰ নিয়ম মানি চলিম। অখিল গগৈয়ে এখনো টেবুল এৰা নাছিল প্ৰত্যেকৰে ওচৰত গৈছিল। মোৰ এনেকুৱা লাগিছিল অখিল গগৈয়ে কোভিড বিলাই দিম বুলি আহিছিল নেকি? পিছত গম পালো যে তেওঁ য’ত আছে তাত কোভিড হোৱা নাই।‘

ইপিনে, অখিল গগৈক বাছত কিয় অনা হৈছে বুলি বহুতে প্ৰশ্ন কৰিছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে কয় ‘এখন সৰু গাড়ীত পাঁচজন নিৰাপত্তাৰক্ষীৰে আনিলে তেওঁৰ কোভিড নহ’ব নেকি? আহল বহল বাছ এখনত বহাই অনাটো চৰকাৰৰ দায়িত্ব।‘

এই ধৰণৰ কথা-বতৰাৰে সদনৰ গৰিমা বৃদ্ধি নহয় বুলি তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd