• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিয়নীত নকৰে প্ৰতিদ্বন্দ্বিতা; অকল শিৱসাগৰৰ পৰা যুঁজ দিব কাৰাবন্দী নেতা অখিল গগৈয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2021 7:42 am

2 min read

5e1a8ee01d00004e00ecc138-750x375

অখিল গগৈ। ফাইল ফটো।

270
VIEWS
Share on FacebookShare on Twitter

মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে অখিল গগৈয়ে। এতিয়া অকল শিৱসাগৰৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰিব কাৰাবন্দী নেতা গৰাকীয়ে।

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এই সিদ্ধান্তৰ কথা সদৰী কৰিছে।

মৰিয়নী অখিল গগৈৰ গৃহ সমষ্টি আছিল যদিও বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতেই ৰাইজৰ দলে এই সিদ্ধান্ত লৈছে বুলি কোৱা হৈছে।

অখিল গগৈৰ ইচ্ছা আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটীৰ সিদ্ধান্ত অনুসৰি এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ভাস্কো ডি শইকীয়াই।

ৰাইজৰ দলে ইয়াৰ ফেচবুক পেজত ‘ত্যাগৰ পাছত ত্যাগ…..আৰু কিমান ত্যাগ!’ বুলি শিৰোণামাৰে লিখিছে,’’কেৱল আৰু কেৱল জাতিদ্ৰোহী বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ৰাইজৰ দল আৰু অখিল গগৈৰ সিদ্ধান্ত।‘’

দলটোৱে লগতে লিখিছে, ‘’জাতীয় স্বাৰ্থতেই গৃহ সমষ্টি মৰিয়নীৰ পৰা জিকাৰ সম্ভাৱনা থকাৰ পাছতো নিৰ্বাচনত নেখেলাৰ কথা ঘোষণা অখিল গগৈৰ। কেৱল গাদী দখল বা নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো আমাৰ লক্ষ্য নহয়। আমি অসমক ন ৰূপত গঢ়িব খোজোঁ। প্ৰকৃত অৰ্থত বৃহত্তৰ অসমীয়া জাতিটো যাতে ভৱিষ্যতৰ পৰা ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকে, তাৰবাবেই আমাৰ এই ৰাজনৈতিক যাত্ৰা।‘’

উল্লেখ্য যে ইয়াৰ পূৰ্বে অখিল গগৈয়ে শিৱসাগৰ আৰু মৰিয়নী দুয়োটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল আৰু দুয়োটা সমষ্টিতে মনোনয়ন দাখিলো কৰিছিল।

কিন্তু মৰিয়নীত অখিলে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছিল নেতাগৰাকী। আনকি ইয়াৰ দ্বাৰা তেওঁ বিজেপিক সহায় কৰিবলৈ বিচৰা বুলিও সমালোচিত হৈছিল।

Recent News

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

Oxygen-tanker-leaked

শোকাৱহ: চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ ‘লিক’ হৈ ভয়াৱহ পৰিস্থিতি, ২২ ৰোগীৰ কৰুণ মৃত্যু

josu4lr8_dr-manisha-jadhav-mumbai-doctor-covid19-facebook_625x300_21_April_21

ফেইচবুক লাইভেৰে বিদায় লোৱাৰ পিছতে মৃত্যুক আকোৱালি ল’লে কোভিড আক্ৰান্ত এগৰাকী চিকিৎসকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd