DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপজ্যোতি কুর্মীক মিছলীয়া আখ্যা অখিল মাতৃ প্ৰিয়দা গগৈৰ; মিছা কথা কৈ ভোট নিয়াৰ অভিযোগ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 20, 2021 6:30 pm
Mother of Akhil Gogoi

প্ৰিয়দা গগৈ। ফটো: নৰ্থইষ্ট নাও।

456
VIEWS
Share on FacebookShare on Twitter

“ৰূপজ্যোতি কুর্মী এজন মিছলীয়া, মিছা কথা কৈ আমাৰ ভোট লৈ গ’ল,”-এই ভাষ্য কাৰাৰুদ্ধ কৃষক নেতা বিধায়ক অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈৰ।

ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগৰ লগে লগে মৰিয়নিৰ বিধায়ক পদ ত্যাগ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে এনেদৰে ক্ষোভ উজাৰে প্ৰিয়দা গগৈয়ে।

বিগত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অখিল গগৈৰ মাতৃক সেৱা কৰি নিজকে প্ৰিয়দা গগৈৰ সৰু পুত্ৰ বুলি ঘোষণা কৰি নিৰ্বাচনী যুঁজত নামি বিজয়ী হোৱা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিজেপি দলত যোগদান কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ পৰা পদত্যাগ কৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰে মাতৃ গৰাকীয়ে।

বিধায়ক কুৰ্মীৰ বিজেপি গমনক লৈ তীব্ৰ বিষেদ্গাৰ প্ৰকাশ কৰি  অখিল মাতৃ প্ৰিয়দা গগৈয়ে কয় যে ৰূপজ্যোতি কুর্মীয়ে মৰিয়নি সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিলে।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd