• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ দাবীত ২০ ডিচেম্বৰত দিছপুৰ লাষ্ট গেটত আক্ৰাছুৰ অৱস্থান ধৰ্মঘট

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 6, 2021 3:29 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কমতাপুৰৰ দাবীত দীৰ্ঘদিনধৰি সশস্ত্ৰ আন্দোলনৰ পথ বাছি লোৱা কেএলঅৰ মুৰব্বীৰ সৈতে চৰকাৰে শান্তি আলোচনাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই প্ৰক্ৰিয়াক ক্ষীতিশ বৰ্মন নেতৃত্বাধীন সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আদৰণি জনাইছে ৷

সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সভাপতি ক্ষীতিশ বৰ্মনে কয় যে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ লগতে অসম আৰু পশ্চিম বংগৰ কেইবাটাও সংগঠনে কেইবাদশক ধৰি গণতান্ত্ৰিক আন্দোলন কৰি আহিছে৷

Apply Now

ইয়াৰ লগতে কে এল অ নামৰ সশস্ত্ৰ সংগঠনটোৱেও সশস্ত্ৰ পন্থাৰে কমতাপুৰ ৰাজ্যৰ দাবীত বিভিন্ন ঘাত- প্ৰতিঘাতৰ মাজেৰে সংগ্ৰাম চলাই আছে ৷

কিন্তু দুই ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক টুইকযোগে সশস্ত্ৰ সংগঠন কে এল অই শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে ৷

সেয়ে এই শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে আগবঢ়া এই পদক্ষেপৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কে এল অৰ সেনাধ্যক্ষ জীৱন সিংহক আক্ৰাছুৰ তৰফৰ পৰা আদৰণি জনাইছে ৷

আক্ৰাছুই এই শান্তি আলোচনাৰ জৰিয়তে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এক গঠনমূলক সিদ্ধান্তত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

লগতে আন সশস্ত্ৰ সংগঠনসমূহ আলোচনাৰ মজিয়ালৈ অহাৰ সময়ত যি মৰ্যদা প্ৰদান কৰিছিল, সেইদৰে কে এল অকো সম মৰ্যদা প্ৰদান কৰি সমস্যাসমূহ সমাধানত গুৰুত্বাৰোপ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

সংবাদ মেলত শান্তি আলোচনা ক্ষেত্ৰত কেএলঅ’ৰ সেনাধ্যক্ষ জীবন সিংহৰ পদক্ষেপকো আদৰণি জনাইছে সংগঠনটোৱে ৷
ইপিনে সংবাদমেলত জনজাতিকৰণ সন্দৰ্ভত সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মনে গভীৰ ক্ষোভ প্ৰকাশ কৰি কয় যে আক্ৰাছুৱে দীৰ্ঘদিন ধৰি কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আন্দোলন কৰি আহিছে যদিও বৰ্তমান লৈকে জনজাতিকৰণৰ ক্ষেত্ৰত ৯০ শতাংশ কাম সম্পন্ন হোৱা বুলি বিগত চৰকাৰৰ শিক্ষামন্ত্ৰী তথা বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সভাত ঘোষণা কৰিছিল ৷

কিন্তু এতিয়ালৈকে জনজাতিকৰণ হোৱা নাই ৷ গতিকে আক্ৰাছুৱে পুনৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰি অহা ২০ ডিচেম্বৰত বিধান সভাৰ শীতকালীন অধিবেশনৰ সময়তে সংগঠনটোৱে দিছপুৰ লাষ্ট গেটত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে ৷

লগতে ইয়াৰ পিছতো যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে ,তেতিয়াহলে আগন্তুক দিনত আক্ৰাছুৱে অধিক শক্তিশালী ৰূপত আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি কয় ৷

সংবাদ মেলত আক্ৰছুৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd