• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কেন্দ্ৰীয় সমিতি গঠন কৰিয়েই আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাছুৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 11, 2021 7:28 pm
ফাইল ফটো

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নৱগঠিত কেন্দ্ৰীয় সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আক্ৰাছুৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷

এই সন্দৰ্ভত আক্ৰাছুৰ সভাপতি ক্ষিতীশ বৰ্মন সমন্বিতে কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াই মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি আক্ৰাছুৰ পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰে।

Apply Now

সংবাদমেলত সংগঠনটোৰ সভাপতি বৰ্মনে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আওকাণ কৰি কণা হাঁহক পতান দিয়াৰ লেখীয়া কাম কৰি থকাৰ বাবে কাৰ্যনিৰ্বাহক সভাত ক্ষোভ প্ৰকাশ কৰি আগন্তুক দিনৰ বাবে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাৱ লোৱা বুলি কয় ৷

সভাপতিগৰাকীয়ে ঘোষণা কৰা মতে সংগঠনটোৱে এই মাহৰ পৰাই প্ৰতিখন জিলা সমিতিৰ জৰিয়তে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ধাৰাবাহিক ভাৱে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী হাতত লৈছে।

আনহাতে অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে দিছপুৰত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব।

ইয়াৰোপৰি পৰৱৰ্তী সময়ত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচীৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সভাপতি গৰাকীয়ে সংবাদ মেলযোগে ঘোষণা কৰে। সংবাদ মেলত সভাপতি ক্ষিতীশ বৰ্মনে লগতে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে ধৈৰ্য সহকাৰে গণতান্ত্ৰিক ভাৱে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। সেয়ে চৰকাৰক অতি শীঘ্ৰে জনজাতিকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।

তদুপৰি জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন কি পৰ্যায়ত আছে সেয়াও ৰাজহুৱা কৰিবলৈ দাবী জনায়। আনহাতে চিলাৰায় সেনা, মহিলা সমিতি আৰু আক্ৰাছুৰ দুবছৰ সম্পূৰ্ণ হোৱা জিলা সমিতিসমূহৰ অধিৱেশন অহা ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংগঠনটোৱে জিলা সমিতিসমূহক নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে ৷

আনহাতে সংগঠনটোৰ আগন্তুক শ্বহীদ দিৱস বাকসা জিলাত, চিলাৰায় দিৱস শিৱসাগৰ জিলাত আৰু প্ৰতিষ্ঠা দিৱস ওদালগুৰি জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদমেল যোগে জানিব দিয়ে।

সংবাদ মেলত সভাপতি গৰাকীয়ে কমতাপুৰৰ নামেৰে স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা কাৰ্যক চৰকাৰক ধন্যবাদ জনাই কাৰ্যত এই পৰিষদক আগুৱাই নিবলৈ আহ্বান জনায়। লগতে কয় যে যেতিয়ালৈকে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আক্ৰাছুই অবিৰতভাৱে আন্দোলন চলাই যাব ৷

আক্ৰাছুই শীতকালীন অধিৱেশনৰ সময়তে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি মৰ্যদা প্ৰদানৰ দাবী জনায় ৷

সংবাদ মেলত আক্ৰাছুৰ উপদেষ্টা শিৱানন বৰ্মন, উপ সভাপতি ব্ৰজেন ৰায়, সহকাৰী সম্পাদক শান্ত কুমাৰ ৰায়, কাৰ্যালয় সম্পাদক নিৰ্মল চৌধুৰী আদি উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd