DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ শালমাৰত দুৰ্বিসহ জীৱন কটোৱা বৃদ্ধা সুশীলা ৰায়ৰ গৃহত আক্ৰাছুৰ সঁজাতি দল

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 20, 2022 2:04 pm
উত্তৰ শালমাৰত দুৰ্বিসহ জীৱন কটোৱা বৃদ্ধা সুশীলা ৰায়ৰ গৃহত আক্ৰাছুৰ সঁজাতি দল
76
VIEWS
Share on FacebookShare on Twitter

সদৌ বঙাইগাঁও জিলা কোচ-ৰাজবংশী ছাত্র সন্থাৰ এটি সঁজাতি দলে  বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত উত্তৰ শালমাৰা পাহাৰতলিত ৰে’ল বিভাগে ৰে’ল লাইনৰ বাবে দুবিঘা মাটি কাঢ়ি নি এটকাও ক্ষতিপূৰণ নিদিয়া, দুৰ্বিসহ জীৱন যাপন কৰি থকা এগৰাকী অতি দুখীয়া অকলশৰীয়া বৃদ্ধা সুশীলা ৰায়ৰ গৃহত খা-খবৰ লবলৈ উপস্থিত হয়।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি দলে বৃদ্ধা সুশীলা ৰায়ৰ খা-খবৰ লোৱাৰ লগতে তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে কম্বল, তুলি, উৰা চাদৰ আদি প্ৰদান কৰে ৷ বৃদ্ধা গৰাকীক সকলো সা-সুবিধা প্ৰদানৰ বাবে প্ৰশাসনৰ লগত যোগাযোগ কৰে প্ৰতিনিধি দলটেৱে ৷
উল্লেখ্য যে প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে সংগঠনটোক প্ৰতিশ্ৰুতি দিয়ে।

প্ৰতিনিধি দলটোত সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচ, কেন্দ্রীয় আক্ৰাছুৰ প্ৰচাৰ সম্পাদক ধীৰাজ পাঠক, বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱ, বঙাইগাঁও জিলা আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়া আৰু উত্তৰ শালমাৰা আঞ্চলিকৰ সভাপতি, সম্পাদক তথা আঞ্চলিকৰ বিষয়ববীয়াসকলে দলটিত সৈতে সংগ দিয়ে ৷

Recent News

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd