• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ আক্ৰাছুৰ

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
January 2, 2022 6:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজী নৱ বৰ্ষৰ প্ৰথম দিনটোত এ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমানৰ জনজাতি সকলৰ বিৰোধিতাৰ বাবেই সম্ভৱপৰ হোৱা নাই বুলি কৰা মন্তব্যক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৰ সভাপতি পুৰেন ৰায়,সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ ভূমিপুত্ৰ ৰাজ্যৰ ছয় জনগোষ্টী ক্ৰমে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই আহোম, আৰু আদিবাসী সকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক ভাৱে আন্দোলন চলাই আহিছে।

Apply Now

আন ৰাজনৈতিক দলৰ সমান্তৰাল কৈ বৰ্তমান এ শাসনৰ গাদীত অধিস্থিত বি জে পি দলেও নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে মত পোষণ কৰি নিৰ্বাচনী বৈতৰণী অতিক্ৰম কৰি শাসন ত অধিস্থিত হৈছে।কিন্তু পৰিতাপৰ কথা জনগোষ্ঠী কেইটাৰ জনজাতিকৰণৰ সকলো বৈশিষ্ট্য অটুট থকাৰ পিছত ও কেৱল ৰাজনৈতিক মুনাফা লাভ কৰাৰ স্বাৰ্থত জনজাতিকৰণ সন্দৰ্ভত চৰকাৰ খনে দাখিল কৰিব লগীয়া প্ৰতিবেদন প্ৰস্তুত কৰিও দাখিল কৰাৰ পৰা বিৰত আছে।

বৰ্তমান ৰ জনজাতি সকলৰ বিভিন্ন সংগঠনে উপৰোক্ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপোচ মীমাংসাৰে সন্মতি জনাই অহাৰ সময়তে খোদ মুখ্যমন্ত্ৰী জনে বছৰৰ প্ৰথম দিনটোত এ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিলে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হব বুলি ঘোষণা কৰি প্ৰকাৰণতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সহমত প্ৰকাশ কৰা বৰ্তমানৰ জনজাতি সকলৰ সৈতে ছয় জনগোষ্ঠীৰ সংঘাত সৃষ্টি ত উদগনি জনোৱা এই বক্তব্য ক আমি আক্ৰাছু এ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

আকৌ একে গৰাকী মুখ্যমন্ত্ৰী এ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বৰ্তমান ৰ জনজাতি সকলৰ সৈতে হোৱা আলোচনাত মৰাণ আৰু মটকসকলক জনজাতিৰ মৰ্য্যদা দিয়াত আপত্তি নথকা, চুতীয়া সকলৰ ক্ষেত্ৰত ৭০% মানি লোৱা আৰু কোচ ৰাজবংশী ৰ জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতি সকলে কিছু কথা মানি লোৱা বুলি বক্তব্যত উল্লেখ কৰি জনজাতিকৰণৰ ন্যায দাবীত ছয় জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ চটিয়াব বিচাৰিছে বুলি আক্ৰাছুৱে কয়।

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ক এনে কৌশলী বক্তব্য প্ৰদানেৰে সহজ সৰল কোচ ৰাজবংশী ৰাইজক বিভ্ৰান্ত নকৰিবলৈ দাবী জনোৱাৰ লগতে ৰাইজক এনে চতুৰালিত ভোল নাযাবলৈ আক্ৰাছু য়ে আহ্বান জনাইছে।

চাজিদ খান, ওদালগুৰি

চাজিদ খান, ওদালগুৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd