DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ আলী খান চলিত সংস্কৰণৰ পৰা বাহিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 12:59 pm
আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ আলী খান চলিত সংস্কৰণৰ পৰা বাহিৰ
454
VIEWS
Share on FacebookShare on Twitter

আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ আলী খান আঘাতজনিত সমস্যাৰ বাবে চলিত সংস্কৰণত এখনো মেচত অংশ ল’ব নোৱাৰিব।

উল্লেখ্য যে কলকাতা নাইট ৰাইডার্ছৰ পেচাৰগৰাকী আঘাতপ্রাপ্ত হেৰী গার্নীৰ স্থানত দলভুক্ত হৈছিল৷

কিন্তু আলী খান এইবাৰ নিজেই আঘাতৰ তালিকাত সোমাল আৰু যাৰ বাবে তেওঁ প্রতিযোগিতাখনৰ বাকী থকা মেচ সমূহত অংশ ল’ব নোৱাৰিব।

আলী খানৰ আঘাত সন্দৰ্ভত আই পি এল কৰ্তৃপক্ষই কয়, ‍‘আলী খান তেনেদৰেই আই পি এলৰ ফ্রেনছাইজীৰে চুক্তিত স্বাক্ষৰ কৰা প্রথমগৰাকী আমেৰিকান ক্রিকেটাৰতো উপৱিষ্ট হয়৷ পিছে দুর্ভাগ্যজনকভাৱে আলী খান আঘাতপ্রাপ্ত হয় আৰু প্রতিযোগিতাখনৰ পৰা বাদ পৰে’৷

আঘাতৰ সমস্যাৰ সৈতে যুঁজ দিলেও কিন্তু আলী খান দলৰ সৈতেই থাকিব বুলি জনাইছে কলকাতা নাইট ৰাইডাৰ্ছ কৰ্তৃপক্ষই। তেওঁ নিয়মীয়াভাৱে অনুশীলনত ভাগ লৈ আছে।

উল্লেখ্য যে আলী খান সদ্যসমাপ্ত কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দল ত্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ অংশ আছিল।

সোঁহতীয়া মিডিয়াম পেচ বলাৰ আলী খানে চি পি এলৰ আঠখন মেচত খেলাৰ সুযোগ পাইছিল। আঠখন মেচত তেওঁ আঠটা উইকেট দখল কৰিছিল।

ইয়াৰ উপৰি আমেৰিকাৰ এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ আলী খানৰ চি পি এলৰ উপৰি কানাডাত হোৱা গ্ৰ’বেল টি-২০, বাংলাদেশ প্ৰিমিয়াৰ লীগ আৰু পাকিস্তান ছুপাৰ লীগত খেলাৰো অভিজ্ঞতা আছে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd