DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউদৰ প্ৰতিভাৱান অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ বিৰুদ্ধে থানাত জবানবন্দী লিপিৱদ্ধ আলিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 8:19 pm
index
545
VIEWS
Share on FacebookShare on Twitter

সংকটে যেন নেৰা হৈছে বলিউদৰ জনপ্ৰিয় তথা প্ৰতিভাৱান অভিনেতা নৱাজুদ্দিন ছিদ্দিকিক।

নৱাজুদ্দিন ছিদ্দিকি আৰু পৰিয়ালৰ বিৰুদ্ধে দুমাহৰ পূৰ্বে উত্তৰ প্ৰদেশৰ বুদানা আৰক্ষী থানাত তৰা এক গোচৰৰ জবানবন্দী লিপিৱদ্ধ কৰিছে আজি পত্নী আলিয়া ছিদ্দিকিয়ে।

উল্লেখ্য যে কিছু মাহৰ পূৰ্বে নৱাজুদ্দিনৰ পত্নী আলিয়া ছিদ্দিকিয়ে নৱাজুদ্দিনৰ ভাতৃ মিনহাজুদ্দিন ছিদ্দিকিয়ে এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পিছতে নৱাজুদ্দিনৰ পৰিয়ালে নৱাজুদ্দিনৰ পত্নী আলিয়াক গোটেই বিষয়টোক গাপ দি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু নৱাজুদ্দিনৰ পত্নী আলিয়াই এই বিষয়টো আৰক্ষীৰ দৃষ্টিগোৰ কৰাত পৰিয়ালে তেওঁৰ ওপৰ বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ লগতে অত্যাচাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে।

ইফালে যোৱা ২৭ জুনত মুম্বাইৰ এখন থানাত আলিয়াই স্বামী নৱাজুদ্দিনৰ লগতে স্বামী পৰিয়ালৰ বিৰুদ্ধে এই সংক্ৰান্তত এজাহাৰ দাখিল কৰে।

কিন্তু অপৰাধৰ স্থান উত্তৰ প্ৰদেশৰ বুদানা হোৱাৰ হেতুকে মুম্বাই আৰক্ষীয়ে গোচৰটো বুদানাৰ আৰক্ষীলৈ হস্তান্তৰিত কৰে।

আৰু আজি সেই গোচৰটোৰ সংক্ৰান্ততে নৱাজুদ্দিন ছিদ্দিকিৰ পত্নী আলিয়াৰ জবানবন্দী লিপিৱদ্ধ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে চলিত বছৰৰ মে’ মাহত নৱাজুদ্দিনৰ পত্নী আলিয়াই বিবাহ বিচ্ছেদ বিচাৰি স্বামীলৈ আইনী জাননী প্ৰেৰণ কৰিছিল।

আলিয়াই জনাইছিল যে কিছু বছৰৰ পৰা তেওঁলোকৰ বিবাহিত জীৱন সুখকৰ হৈ থকা নাই।

আন্তঃসত্ত্বাৰ সময়ত স্বামী নৱাজুদ্দিন তেওঁৰ ওচৰত নথকাৰ অভিযোগ কৰাৰ লগতে দাবী কৰিছিল যে আনকি দ্বিতীয় সন্তান প্ৰসৱ কৰাৰ দিনাও স্বামী নৱাজুদ্দিন তেওঁৰ ওচৰত উপস্থিত নাছিল।

সেই সময়ত নৱাজুদ্দিনে প্ৰেমিকাৰ সৈতে একেলগে আছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আলিয়াই।

ইফালে আলিয়াই সংবাদ মাধ্যমৰ আগত স্বামী নৱাজুদ্দিনে সন্তানৰ ভৰণ-পোষণৰ বাবে টকা পইচা দিয়াও বন্ধ কৰি দিছে বুলি দাবী কৰিছে।

স্মৰ্তব্য যে আলিয়াৰ জন্মগত নাম অঞ্জনা কিশোৰ পাণ্ডে। নৱাজুদ্দিনৰ সৈতে বিবাহপাশত অৱদ্ধ হোৱাৰ বাবে তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ আলিয়া নাম লয়। তেওঁলোকৰ দহ বছৰীয়া দাম্পত্য জীৱনৰ সাক্ষী হিচাপে দুটি সন্তান আছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd