DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ONGC ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত অলকা মিত্তাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2022 3:15 pm
ONGC
244
VIEWS
Share on FacebookShare on Twitter

অইল এণ্ড নেচাৰেল গেছ কোম্পানী (ONGC) ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত হৈছে অলকা মিত্তাল। এইদৰে তেওঁ প্ৰতিষ্ঠানটোৰ এই শীৰ্ষ পদত নিযুক্তি লাভ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।

অ’এনজিচিৰ মানৱ সম্পদৰ সঞ্চালক অলকা মিত্তালক ৩ জানুৱাৰীত অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

অ’এনজিচিৰ মতে, মিত্তালে ছয় মাহৰ বাবে বা পদটোৰ বাবে নিয়মীয়া নিযুক্তি ঘোষণা নোহোৱালৈকে চিএমডি পদত অধিষ্ঠিত থাকিব।

 

#ONGC Director (HR) Dr @AlkaMit26713758 has been entrusted with additional charge of ONGC CMD, making her the first woman to head the #Energy major . @CMD_ONGC @PetroleumMin @HardeepSPuri @Rameswar_Teli pic.twitter.com/3yCJvkT2dT

— Oil and Natural Gas Corporation Limited (ONGC) (@ONGC_) January 3, 2022

অ’এনজিচিৰ প্ৰাক্তন মুৰব্বী শশী শংকৰে ২০২১ চনৰ ৩১ মাৰ্চত অৱসৰ লোৱাৰ পিছত পূৰ্ণ-সময়ৰ চিএমডি নিযুক্ত কৰা হোৱা নাছিল।

নিয়ম অনুসৰি পদস্থ ব্যক্তিজনৰ অৱসৰৰ কেইমাহমান পূৰ্বে চিএমডি বাছনি কৰা হয়। কিন্তু শশী শংকৰৰ অৱসৰৰ পিছত প্ৰাক্তন সঞ্চালক (বিত্ত) সুভাষ কুমাৰক অস্থায়ীভাৱে চিএমডি পদত নিয়োগ কৰা হৈছিল। ডিচেম্বৰৰ শেষৰ ফালে সুভাষ কুমাৰে অৱসৰ গ্ৰহণ কৰিছিল।

ONGC ৰ বিবৃতি অনুসৰি বৰ্তমান পৰিচালক মণ্ডলীৰ জ্যেষ্ঠতম হিচাপে মিত্তালক এই পদত নিয়োগ কৰা হৈছে।

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd