• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম ভিত্তিত বৰগীত, সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ অনলাইন প্ৰতিযোগিতাৰ আয়োজন

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
May 23, 2021 5:08 pm
Teok1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী কৰোনাই বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত দেশৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলোতে বিৰূপ প্ৰভাৱ পৰিল।

শ শ ছাত্ৰ ছাত্ৰী গৃহবন্দী হোৱাৰ ফলত কেৱল মোবাইল, লেপটপেই একমাত্ৰ সংগী হৈ পৰিছে। সমান্তৰালভাৱে মনোৰঞ্জনৰ সকলো ক্ষেত্রই স্তব্ধ হৈ পৰিল।

Apply Now

তাৰ মাজতো কিন্তু কেইটামান অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি কৰিছে এক আশাৰ বতৰা। তেনে এটি অনুষ্ঠান হ’ল ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন অসম।

গত বৰ্ষতএই ফাউণ্ডেশ্যনে অসমৰ সংগীতৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বৰেণ্য শিল্পীসকলৰ সৈতে সান্নিধ্যৰ কিছু মিঠা অনুভৱ অনলাইনৰ জৰিয়তে ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল।

চলিত বৰ্ষতো উক্ত অনুষ্ঠানটিয়ে সদৌ অসম ভিত্তিত অনলাইন মাধ্যমেৰে সত্ৰীয়া সংগীতৰ এখনি প্ৰতিযোগিতা আয়োজন কৰি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ পৰা ভিডিঅ’ বিচাৰিছে।

উক্ত প্ৰতিযোগিতাৰ প্ৰতিটো বিষয়ৰ তিনিগৰাকীকৈ শ্ৰেষ্ঠ স্থান লাভ কৰা প্ৰতিযোগীক নগদ ধন, মান পত্ৰ, আৰু গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰিব।

উদ্যোক্তাসকলে জনোৱা মতে অহা ১ জুনৰ পৰা ৫ জুনৰ ভিতৰত পোৱাকৈ বৰগীতৰ বাবে 9854358638, নৃত্যৰ বাবে 9101686904 আৰু বাদ্যৰ বাবে 9101168898 এই নম্বৰত মুঠ ৫ মিনিটৰ ভিডিঅ প্ৰেৰণ কৰিব পাৰিব।

অভিজ্ঞ বিচাৰক মণ্ডলীয়ে নিৰ্বাচন কৰিবলগীয়া এইলানি প্ৰতিযোগিতাৰ অন্তত অনলাইন মাধ্যমত এক অনুষ্ঠানৰ জৰিয়তে পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।

এই সম্পৰ্কে সবিশেষ জানিবলৈ যতীন্দ্ৰ মহন্ত সচিব, ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন, অসম,  9101168898 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd