• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যক গ্ৰেপ্তাৰৰ দাবী সদৌ অসম মাদ্রাছা ছাত্র সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2019 4:08 pm
All Assam Madrasa Student Union

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই মাদ্ৰাছা সমূহকলৈ যোৱা ৩০ মাৰ্চত এক বিভ্ৰান্তিমূলক বক্তব্য দাঙি ধৰি মাদ্ৰাছা সমূহত জেহাদীৰ প্ৰশিক্ষণ দিয়া হয় বুলি কৰা আপত্তিজনক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম মাদ্রাছা ছাত্র সন্থাই।

৩১ মাৰ্চ অৰ্থাৎ দেওবাৰে গুৱাহাটী দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ দিয়া বুলি কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে উক্ত মন্তব্যৰ প্ৰমাণ দিব নোৱাৰিলে তথাকথিত নেতাজনে ক্ষমা খুজিব লাগিব বুলিও দাবী জনায়।

Apply Now

সংগঠনটোৰ নেতৃবৃন্দই আৰু কয় যে বলেন বৈশ্য ডাঙৰীয়া আপুনি কোনখন মাদ্ৰাছা পাইছে য’ত জেহাদীৰ প্ৰশিক্ষণ দিয়া হয়? দম আৰু সৎ সাহস আছে যদি প্ৰমাণ দিয়ক। নহ’লে যিখন মুখেৰে মিডিয়াৰ আগত মন্তব্য দিছিলে সেইখন মুখেৰেই মিডিয়াৰ আগত আহি ক্ষমা খোজক।

‘মুৰ্খৰ দৰে মিছা অপবাদ দি ৰাইজৰ মাজত ৰণ লগাব বিচৰা ৰাজনীতিক অসমৰ ৰাইজে বুজি পায়। ভাবিছে নেকি আপত্তিজনক মন্তব্যৰে অসমীয়াৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি বিজেপিৰ ভাড়াতিয়া এজেন্ট হিচাপে কাম কৰি CAB বাহাল ৰাখিব পাৰিব বুলি। কিন্তু আপোনাৰ সেই কথা অসমীয়া ৰাইজে বুজি পাইছে’।

ইয়াৰ উপৰি সংগঠনটোৰ নেতৃত্বই পুনৰ কয় যে কিছুমান মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে মুছলমান ৰাইজৰ ওপৰত কিবা আক্ৰমণমূলক বক্তব্য দিলেই অসমৰ ৰাইজে CAB ৰ সমৰ্থন কৰিব বুলি ভাবি লোৱাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়।

সংবাদমেলতে সংগঠনটোৱে চৰকাৰক উদ্দেশ্যি কয় যে যদিহে সঁচাকৈ আপোনালোকে দিচপুৰত বহি অসমৰ ৰাইজৰ শান্তি বিচাৰে তেন্তে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যক গ্ৰেপ্তাৰ কৰি দেখুওৱাক। ন’হলে আমছাই বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।

‘সন্ত্ৰাসবাদ, মৌলবাদী, জেহাদীৰ কোনো ধৰ্ম নাই। অপৰাধী সদায় অপৰাধীয়ে। ইহতৰ নাম লৈ ৰাজনীতি কৰা, সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা আদিক সকলো জাতি-ধৰ্মৰ লোকেই বেয়া পায়’। এইদৰেও কয় সংগঠনটোৱে।

উল্লেখ্য যে দেওবাৰে আয়োজিত সংবাদমেলত উপস্থিত থাকে আমছাৰ কেন্দ্ৰীয় সভাপতি, মৌলানা ওয়াহিদুজ্জামান চৌধুৰী, সাধাৰণ সম্পাদক আনোয়াৰ হুছেইন, ধুবুৰী জিলা আমছাৰ সভাপতি মৌলানা হাফিজুৰ ৰহমান, গোৱালপাৰা জিলা আমছাৰ সভাপতি মৌলানা মকদ্দছ আলী মণ্ডল আৰু গুৱাহাটী মহানগৰ আমছাৰ উপদেষ্টা আক্বিব জাভেদ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd