• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়াৰ সহযোগত চলি আছে গৰুৰ চোৰাং বেহা; আউডছু

NE NOW NEWS দ্বীপজ্যোতি শৰ্মা
, February 19, 2020 6:17 pm

1 min read

Press meet

আউডছুৰ সংবাদমেলৰ দৃশ্য

92
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা মেঘালয়ৰ ন মাইললৈ গৰুৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থাই দাবী জনাই চৰকাৰক৷

আজি দিচপুৰ প্ৰেচ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা জনাই আউডছুৰ উপদেষ্টা আব্দুৰ ৰূপ ফাৰুকী আৰু কাৰ্যকৰী সভাপতি ৰহিম বাদশ্বাহে৷

সংবাদ মেলত নেতাদ্বয়ে কয় যে যোৱা ৫ তাৰিখে গৌৰীপুৰৰ গৰু চোৰাং বেপাৰীক  ৰাইজে ধৰি আৰক্ষীক গোটাই দিয়ে।

কিন্তু তাৰ পিচতো শাসক দলৰ প্ৰভাৱশালী নেতা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক মেনেজ কৰি চলাই আছে গৰুৰ অবৈধ বেহা চলাই ৰাইজৰ দ্বাৰা ধৃত চোৰাং গৰু বেপাৰীয়ে ৷

অসমৰ গৰু মাফিয়া আৰু চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ গৰুৰ চোৰাং ব্যৱসায়ীৰ মাজত এক চিণ্ডিকেট চক্ৰ গঢ়ি উঠা বুলিও দাবী কৰে সংগঠনটোৱে।

সংগঠনটোৱে আৰু দাবী কৰে যে অসম আৰু পশ্চিমবংগৰ ৰাজনৈতিক নেতা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক মেনেজ কৰি দৈনিক ৬০ৰ পৰা ৭০ খন গৰু ভৰ্তি ট্ৰাকেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আছে৷

সংবাদল যোগে আউডছুৰ কাৰ্যকৰী সভাপতিজনে অসমক চৰকাৰক অতি সোনকালে অবৈধ গৰুৰ বেহা বন্ধ কৰিবলৈ দাবী জনায়।

গৰুৰ চোৰাং বেহাৰ লগত জড়িত বিষয়া তথা নেতাসকলক আইনৰ আওতালৈ আনিবলৈ দাবী জনায় সংগঠটোৱে৷

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd