• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2024 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ ইতিমধ্যে নাকচ কৰিছে কংগ্ৰেছে। ইফালে অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কাৰ্যতঃ বৰ্জন কৰিছে দেশৰ চাৰি শংকৰাচাৰ্যই।

পুৰী আৰু যোশীমাঠৰ শংকৰাচাৰ্যই নিমন্ত্ৰণ পালেও মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিব বুলি স্পষ্টকৈ কৈছে। ৯ জানুৱাৰীত নিজৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰি যোশীমঠৰ শংকৰাচাৰ্য অভিমুকতেশ্বৰানন্দই কয় যে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত চাৰিওজনেই উপস্থিত নাথাকিব।

বিশেষকৈ মন্দিৰটো সম্পূৰ্ণ হোৱাৰ আগতেই মুকলি কৰাটো ধৰ্মীয় নীতি-নিয়মৰ বিৰুদ্ধে। শংকৰাচাৰ্যৰ পবিত্ৰ কৰ্তব্য যে ধৰ্মীয় ইতিহাস আৰু পৰম্পৰা সঠিকভাৱে পালন কৰা হয় নে নহয় সেয়া নিশ্চিত কৰা। তেওঁৰ মতে চৰকাৰৰ এই খৰখেদা কৰাৰ কোনো প্রয়োজন নাছিল৷ ই হিন্দু ধৰ্মৰ পৰম্পৰা উলংঘা কৰিছে। যাৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বান নাকচ কৰিছে।

Apply Now

লগতে পঢ়কঃ শিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীয়ে ৪ জানুৱাৰীত কয় যে ২২ জানুৱাৰীত তেওঁ উপস্থিত নাথাকে। তেওঁৰ মন্তব্য, “মোৰ পদৰ মৰ্যাদাৰ বিষয়ে মই সচেতন। মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ৰামৰ মূৰ্তি স্পৰ্শ কৰিব। তাত কি কৰিব লাগিব? মই মাত্ৰ থিয় হৈ হাত চাপৰি বজাম?” ভিডিঅ’টোত পুৰী শংকৰাচাৰ্যৰ এই বিস্ফোৰক মন্তব্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

যদিও নিশ্চলানন্দই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ ক্ষোভ প্ৰকাশ কৰে, তথাপিও দ্বাৰকা আৰু শ্ৰীংগেৰীৰ শংকৰাচাৰ্যই এই অনুষ্ঠানত তেওঁলোকৰ কোনো অসন্তুষ্টি নাই বুলি এক বিবৃতি প্ৰদান কৰে। যদিও সেই মঠ দুটাৰ প্ৰশাসনে সেইদিনা শংকৰাচাৰ্য দুজন অযোধ্যালৈ নাযায় বুলি অৱগত কৰিছে। অৱশ্যে তেওঁলোকৰ এই সিদ্ধান্তৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

Modi will unveil & touch Lord Ram’s Murthy & I will sit and clap? Asks Swami Nischalanand Saraswati, Shankaracharya of Govardhanmatth Puripeethadheeshwar!#AyodhyaRamMandir #RamMandir pic.twitter.com/vFQTAb75Wg

— Hate Detector 🔍 (@HateDetectors) January 10, 2024

৮ জানুৱাৰীত শৃংগেৰীৰ শংকৰাচাৰ্যই এক বিবৃতিত কয় যে ৰাম মন্দিৰৰ প্ৰতি তেওঁৰ অসন্তুষ্টিক লৈ মিছা অপপ্ৰচাৰ চলি আছে। তেওঁ নিজৰ সকলো ভক্তক দিনটোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাম মন্দিৰৰ উদ্বোধনী সন্দৰ্ভত তেওঁ কোনো বক্তব্য দিয়া নাছিল বুলিও দাবী কৰে দ্বাৰকা শংকৰাচাৰ্যই।

22 जनवरी के प्रतिष्ठा के पूर्व रामानन्द सम्प्रदाय को मन्दिर सौंपे रामजन्मभूमि तीर्थ क्षेत्र ट्रस्ट –

रामजन्मभूमि तीर्थ क्षेत्र ट्रस्ट के महासचिव चंपतराय जी के इस बयान पर पूज्यपाद ज्योतिष्पीठाधीश्वर जगद्गुरु शंकराचार्य स्वामिश्रीः अविमुक्तेश्वरानंदः सरस्वती '१००८' की प्रतिक्रिया… pic.twitter.com/h0IqLN8wFe

— 1008.Guru (@jyotirmathah) January 9, 2024

শেহতীয়াকৈ ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বী চম্পট ৰায়ে হিন্দী দৈনিক এখনক দিয়া সাক্ষাৎকাৰত দাবী কৰিছিল যে এই মন্দিৰটো হিন্দুৰ ৰামানন্দ মতবাদৰ অনুগামী। শৈৱ আৰু শাক্তবাদৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। শংকৰাচাৰ্য শৈৱী আছিল।

যোশীমাঠৰ শংকৰাচাৰ্যই চম্পতৰ মন্তব্যৰ ওপৰত আপত্তি তুলি কয় যে তেওঁৰ এই কথা কোৱাৰ কোনো অধিকাৰ নাই। সকলো হিন্দুৱে ৰাম মন্দিৰৰ বাবে ধন দিছে। যদি মন্দিৰটো ৰামানন্দপন্থীৰ, তেন্তে এই ট্ৰাষ্টৰ দায়িত্বত চম্পত কিয় আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd