• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত আজিৰ পৰা আৰম্ভ হ’ব আমন্ত্ৰণমূলক সৰ্বভাৰতীয় ফুটবল টুৰ্ণামেণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 23, 2018 11:24 am

1 min read

-football-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

200
VIEWS
Share on FacebookShare on Twitter

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ ফুটবল একাডেমিৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড়ৰ স্থানীয় চৌকিডিংগি খেলপথাৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি গুণাৰাম ঢেকিয়াল আৰু সাধাৰণ সম্পাদক শুভ বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাখনত এইবাৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব বুলি সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে জানিবলৈ দিয়ে।

মণিপুৰৰ নিচা এফ চি, চিলঙৰ মাল্কী স্প’ৰ্টছ ক্লাব, গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, জম্মু-কাশ্মীৰৰ ২৫নং মেক, চিলঙৰ লাজং এফ চি, দুলীয়াজানৰ অইল এফ চি, মণিপুৰৰ ছংগল-বন য়ুনাইটেড ফুটবল ক্লাব আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ফুটবল একাডেমিৰ ডিব্ৰুগড় দলে প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 

জানিব পৰা মতে আজি সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব। উদ্বোধনী খেলখনত মণিপুৰৰ নিচা ফুটবল ক্লাব আৰু চিলঙৰ মাল্কী স্প’ৰ্টছ ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd