DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয়ৰ পৰা আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিক; ঘোষণা শিক্ষামন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2020 4:47 pm
index

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

3.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয় ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমান ক’ৰ’নাতংকৰ পৰিস্থিতিৰ বাবে আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিক শ্ৰেণী।

এই তিনিখন বিশ্ববিদ্যালয়ত চলিত বৰ্ষত বিশেষ ব্যৱস্থা হিচাপে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তিৰ নিৰ্দেশ দিয়া হৈছে ৷

টুইটাৰযোগে এই কথা জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ত চলিত বৰ্ষত বিশেষ ব্যৱস্থা হিচাপে উ.মা. শ্ৰেণীত নামভৰ্তিৰ নিৰ্দেশ দিয়া হৈছে ৷ কোভিড-১৯ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই বিশেষ ব্যৱস্থা কৰা হৈছে ৷

— Himanta Biswa Sarma (@himantabiswa) June 16, 2020

“কোভিড-১৯ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই বিশেষ ব্যৱস্থা কৰা হৈছে ৷” টুইটাৰত উল্লেখ শিক্ষা মন্ত্ৰীগৰাকীৰ।

উল্লেখযোগ্য যে, উপৰোক্ত তিনিখন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখা আঁতৰাই দিয়া বুলি ঘোষণা কৰাত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল।

বিশেষকৈ বহু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা নথকাত সমস্যাৰ সন্মুখীন হৈছিল।

ইতিমধ্যে নাৰায়ণপুৰৰ মৃগাংক দত্ত নামৰ এজন যুৱ সাংবাদিকে এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আঁতৰাই দিয়াত উক্ত অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা নথকাত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল।

সেই কথা অৱগত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰিবলৈ আহ্বান জনাইছিল শিক্ষা মন্ত্ৰীক।

Recent News

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd