• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামাজিক হেচাঁত দুই পৃথক ধৰ্মৰ দম্পতীক অবৈধভাৱে আটক! আৰক্ষীক ধমক হাইকোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 9:38 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীক এহাল আন্তঃধৰ্মীয় দম্পতীক অবৈধভাৱে আটক কৰাৰ বাবে এলাহবাদ উচ্চ ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰে। এই কাৰ্যক ন্যায়ালয়ে তেওঁলোকৰ মৌলিক অধিকাৰৰ উলংঘা বুলি উল্লেখ কৰে। ন্যায়ালয়ে কয় যে “সামাজিক হেঁচা”ত আইনৰ কৰ্তৃত্ব অবিহনে আটক কৰা কাৰ্য বৈধ নহয়।

বিশেষ শুনানিৰ ন্যায়াধীশ সলিল কুমাৰ ৰায় আৰু দিবেশ চন্দ্ৰ সমান্তৰ বিচাৰপীঠে দম্পতীহালক (এজন মুছলমান পুৰুষ আৰু এগৰাকী হিন্দু মহিলাক) মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও দম্পতীহালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ সংগীতৰ কাৰ্যসূচীত যাতে কোনো ধৰণৰ অতিৰিক্ত আইনী হস্তক্ষেপ নহয় তাৰ বাবেও আৰক্ষীক নিৰ্দেশ দিয়ে।

Apply Now

উল্লেখ্য যে ছোৱালীগৰাকীৰ পিতৃয়ে তেওঁৰ ‘নাবালিকা’ কন্যাক শ্বেন আলী নামৰ এজন লোকে অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰিছিল।এই অভিযোগৰ ভিত্তিত আলিগড় আৰক্ষীয়ে দম্পতীহালক গ্ৰেপ্তাৰ কৰে। যেতিয়া তেওঁলোকক নিম্ন আদালতত হাজিৰ কৰা হয়, তেতিয়া যুৱতীগৰাকীয়ে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক আৰু নিজৰ ইচ্ছামতে আলীৰ সৈতে বিয়াত বহিছে বুলি ভাষ্য দিয়ে।

উচ্চ ন্যায়ালয়ৰ সন্মুখত হাবিয়াছ কৰ্পাছ আবেদনৰ পাছত শনিবাৰে দম্পতীহালক ন্যায়ালয়ত হাজিৰ কৰা হয় য’ত তেওঁলোকে দাবী কৰে যে মহিলাগৰাকীৰ পিতৃ আৰু তেওঁৰ সহযোগীয়ে তেওঁলোকক অপহৰণ কৰি আৰক্ষীৰ সহায়ত আলিগড়লৈ লৈ গৈছিল। মহিলাগৰাকীক ‘ৱান ষ্টপ চেণ্টাৰ’লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ১৫ অক্টোবৰৰ পৰা লোকজনক থানাত আবদ্ধ কৰি ৰখা হৈছিল।

ন্যায়ালয়ে চৰকাৰী অধিবক্তাজনক আটক কৰাৰ বিষয়ে সোধা প্ৰশ্নত তেওঁ দাবী কৰে যে আন্তঃধৰ্মীয় বিবাহৰ বাবে অঞ্চলটোত সামাজিক উত্তেজনা সৃষ্টি হৈছে আৰু আৰক্ষীয়ে দম্পতীহালক আটক কৰিবলগীয়া হৈছে। কিন্তু আদালতে লক্ষ্য কৰিলে যে ছোৱালীগৰাকী প্ৰাপ্তবয়স্ক আৰু আৰক্ষী বা তেঁওৰ পিতৃয়ে জিম্মাত ৰাখিব নোৱাৰে।

ন্যায়ালয়ৰ দৃষ্টিত দুয়োকে আৰক্ষীৰ জিম্মাত ৰখাটো অবৈধ আছিল আৰু ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ছোৱালীগৰাকী আৰু পুৰুষজনৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছিল। দুয়োৰে পৃথক ধৰ্মৰ বাবে অঞ্চলটোত সামাজিক উত্তেজনাৰ বাবে ছোৱালীজনীক ‘ৱান ষ্টপ চেণ্টাৰ’ত ৰখাৰ লগতে পুৰুষজনক থানাত আবদ্ধ কৰি ৰখা হৈছিল বুলি কৰা আবেদনখন গ্ৰহণযোগ্য নহয় আৰু আৰু এই উপাদানসমূহে আটক কৰাৰ ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।

লগতে ন্যায়ালয়ে কয় গণতান্ত্ৰিক দেশ এখনত ৰাজ্য চৰকাৰ আৰু আইন বলবৎকাৰী যন্ত্ৰই নিজৰ ক্ষমতা ব্যৱহাৰ কৰি এজন নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰিব আৰু ভৱিষ্যতে সামাজিক হেঁচাৰ বলি হৈ নাগৰিকৰ স্বাধীনতা কৰ্তন নকৰিব বুলি আশা কৰিব পাৰি।

তদুপৰি ন্যায়ালয়ে দুয়োৰে স্বাধীনতা ৰক্ষাত ব্যৰ্থ বিষয়াসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে। লগতে এই গোচৰৰ তদন্ত কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈয়ো এলাহবাদ উচ্চ ন্যায়ালয়ে আলিগড়ৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd