• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰদূষণমুক্ত দেৱালী : এয়ে আমাৰ ভৱিষ্যৎ’ শীৰ্ষক শ্ল’গানেৰে সেউজ দেৱালী উদযাপনৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2018 11:24 am
b02b240a-d1dc-42b1-8d5f-9438a79f3693

প্রদূষণমুক্ত দেৱালী উদযাপনৰ বাবে আহ্বান জনাই নগাওঁ কলেজৰ শিক্ষাৰ্থী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেৱালীৰ ফটকাই শব্দ প্ৰদূষণ কৰাৰ লগতে বায়ু প্ৰদূষিত কৰে। ভৱিষ্যতৰ পৃথিৱীখনৰ বাবে নগাঁও কলেজ চৌহদত সোমবাৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ তথা ‘প্ৰদূষণমুক্ত দেৱালী : এয়ে আমাৰ ভৱিষ্যৎ’ শীৰ্ষক শ্ল’গানেৰে এক বৃহৎ মানৱ শৃংখল গঢ়ি সেউজ দেৱালী উদযাপনৰ বাবে সচেতনতা সৃষ্টিৰ এক ব্যতিক্ৰমধৰ্মী প্ৰয়াস কৰে।

পুৱা চাৰে দহ বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পৰা ওলাই আহি এই মানৱ শৃংখলত অংশগ্ৰহণ কৰে। কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদককে ধৰি এন-এছ-এছৰ সদস্যসকল, এন-চি-চিৰ সদস্যসকলে ভাগ লোৱা এই মানৱ শৃংখলত বেলুন ফুটাই ফটকাৰ দৰে শব্দৰ সৃষ্টি কৰি সেউজ ফটকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Apply Now

ইয়াৰ উপৰিও দেৱালীৰ প্ৰাক্ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলে মিঠাই বিলাই ইজনে সিজনক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও কলেজৰ অধ্যক্ষ ড০  শৰৎ বৰকটকীয়ে প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰয়াসক আদৰণি জনায়।

ছাত্ৰ একতা সভাৰ সভাপতি আয়াশ আহমেদ আৰু সাধাৰণ সম্পাদক কীৰ্তিকমল বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সচেতনতাৰ সৃষ্টি হ’লে ভৱিষ্যতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ বুলি অভিহিত হ’ব।

এন-এছ-এছৰ তত্ত্বাৱধায়ক ড০ ভুবন চন্দ্ৰ চুতীয়াই মানৱ শৃংখলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, অধ্যাপক- অধ্যাপিকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে নগাঁও কলেজৰ চৌহদ ইতিমধ্যে আতচবাজী আৰু প্লাষ্টিকমুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু কলেজৰ এন-এছ-এছ গোটৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাবে প্ৰতি বছৰে জীৱকুল আৰু মানৱ দেহৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত বিভিন্ন প্ৰদূষিত আতচবাজীৰ বিৰুদ্ধে সজাগতাৰ উদ্দেশ্যে মানৱ শৃংখল গঢ়ি আহিছে।

কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ চিন্তামণি শৰ্মাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে উচ্চ প্ৰাবল্যৰ আতচবাজীয়ে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ লগতে মানৱ জাতি আৰু সমগ্ৰ পক্ষীকুলৰ বাবে ভয়াৱহতাৰ সৃষ্টি কৰিছে।

নগাঁও কলেজৰ পৰিবেশ ৰক্ষাৰ এনে ব্যতিক্ৰমী কাৰ্যসূচীক নগাঁও জিলাৰ বৌদ্ধিক মহলে উষ্ণ আদৰণি জনোৱাৰ লগতে সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মতপোষণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd