• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আধাৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ বে-চৰকাৰী সংস্থাৰ; গাইপতি ৩০০ টকাকৈ লোৱাৰ অভিযোগ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 25, 2021 12:12 pm
Private Adhar center

আধাৰ কার্ডৰ নামত ধন সংগ্রহৰ অভিযোগ উঠা পাৰিজাত ছচিয়েল হেল্প লাইন নামৰ সংস্থাটো। ফটো: নৰ্থইষ্ট নাও।

405
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্ল’গানেৰে দ্বিতীয়বাৰলৈ ৰাজ্যত শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰৰ দিনত গোলাঘাটত সাধাৰণ জনতাৰ পৰা অবৈধ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে।

গোলাঘাটত আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ নামত ধন সংগ্ৰহ কাৰ্যত নামি পৰিছে  গোলাঘাট ৰঙাজান পাৰিজাত ছচিয়েল হেল্প লাইন নামৰ বেচৰকাৰী সংস্থাটো।

কৰ’নাৰ এনে দুৰ্যোগৰ সময়ত অৰ্থনৈতিকভাৱে কোঙা হৈ পৰা সাধাৰণ ৰাইজৰ পৰা আধাৰ কাৰ্ড বনোৱাৰ নামত অত্যাধিক ধন সংগ্ৰহত নামি পৰিছে এই বে- চৰকাৰী সংস্থাটো।

সংস্থাৰ কাৰ্যালয়টোত এতিয়া চলিব ধৰিছে আধাৰ কাৰ্ডৰ নামত বুজন পৰিমাণৰ ধন সংগ্ৰহ। সাধাৰণ ৰাইজৰ পৰা গাইপতি ৩০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে পাৰিজাত ছচিয়েল হেল্প লাইন সংস্থাটোৰ বিৰুদ্ধে।

আজি ভুক্তভোগী কেইবাগৰাকী লোকে অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত দিনত ক’ভিড পৰিস্থিতিৰ বাবে আধাৰ কেন্দ্ৰ বন্ধৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰে।

কিন্তু চৰকাৰে পুনৰ খুলিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই  আধাৰ কাৰ্ডৰ নামত ধনৰ ব্যৱসায় চলাবলৈ আৰম্ভ কৰে পাৰিজাত চছিয়েল হেল্পলাইন নামৰ এই বে-চৰকাৰী সংস্থাটোৱে।

আনহাতে, ৰাইজৰ অভিযোগ অনুসৰি মৰঙী ৰাজহ চক্ৰৰ দায়িত্বত থকা বিষয়াগৰাকী উক্ত কাৰ্যালয়টোত গৈ উদ্যোক্তা সকলক সকীয়নী প্ৰদান কৰিছে যদিও এতিয়া সময়েহে ক’ব এই সকীয়নী কিমানদূৰ ফলপ্ৰসূ হয়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd