• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফফংগা গাঁও পঞ্চায়তত দুৰ্নীতি: দুখীয়াক বঞ্চিত কৰি আত্মীয়ৰ মাজত সাহায্য বিতৰণ

নীলমনি শর্মা by নীলমনি শর্মা
May 2, 2020 6:34 am
Screenshot_2020-05-02-00-13-30-522_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰি নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি স্বাস্থ্য কৰ্মী, আৰক্ষীৰ লগতে চৰকাৰে যুঁজ দি থকাৰ সময়তে  একাংশ দালালৰূপী, সুবিধাবাদী জনপ্ৰতিনিধিয়ে দৰিদ্ৰ লোকক চৰকাৰে দিয়া আৰ্থিক সাহায্যও কাঢ়ি খোৱাৰ ঘটনা সংঘটিত হৈছে।

সমগ্ৰ দেশতে চলি আছে দ্বিতীয় পৰ্যায়ৰ ল’কডাউন। অহা ৪ মে’ৰ পৰা আৰম্ভ হ’ব পুনৰ তৃতীয় পৰ্যায়ৰ ল’কডাউন। এই সময়ত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে খাটি খোৱা আৰু দিন হাজিৰা কৰা দৰিদ্ৰ লোক সকল।

Apply Now

এই লোকসকলক বিভিন্ন প্ৰকাৰে চৰকাৰে সহায়ৰ হাত ঠিকে আগবঢ়াইছে কিন্তু একাংশ সুবিধাবাদী জনপ্ৰতিনিধিয়ে সেই সকল দৰিদ্ৰ লোকৰ এক প্ৰকাৰ মুখৰ ভাত কাঢ়ি খাইছে ৷

গোৱালপাৰা জিলাৰ ফফঙ্গা গাওঁ পঞ্চায়তৰ টুকুৰা প্ৰথম খণ্ডৰ “ক” আৰু “খ” ওৱাৰ্ডত এনে ঘটনা সংঘটিত হৈছে।

ৰাজ্যৰ অন্যৰ ঠাইৰ দৰে ইয়াতো ৰেচন কাৰ্ড নথকা লোক সকলোক ১হাজাৰ টকাকৈ চৰকাৰে এককালীন আৰ্থিক সাহায্যৰ লগতে চাউল আগবঢ়াইছে ৷

এই আৰ্থিক সাহায্য আৰু চাউল বিতৰণত ওৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে চৰম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজে ৷

ৰাইজে অভিযোগ কৰা অনুসৰি ফফঙ্গা গাওঁ পঞ্চায়তৰ টকুৰা প্ৰথম খণ্ডৰ “ক” আৰু “খ” ওৱৰ্ডৰ মেম্বাৰ ক্ৰমে- হাচিনা বেগম আৰু হামিদ আলিয়ে দৰিদ্ৰ লোক সকলোক ১০০০ টকাটো প্ৰথমে ঠিকে দিয়ে, টকা দিয়াৰ প্ৰমাণ হিচাবে প্ৰতিগৰাকী লোকক টকা দিয়াৰ সময়ত ফটোও একোখনকৈ তোলে। তাৰ পিছতেই আৰম্ভ কৰে কালেকচন।

অৰ্থাৎ ১০০০ টকা দি ফটো উঠোৱাৰ পিছতে বিভিন্ন খৰচৰ কথা কৈ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰে ২০০ৰ পৰা ৩০০ কৈ টকা।

অকল সেয়ায়ে নহয়, এই ওৱাৰ্ড দুটাত যে সকলো দৰিদ্ৰ লোকে এই অনুদান লাভ কৰিছে তেনে নহয়, সেই টকা লাভ কৰিছে স্থায়ীভাৱে অন্য ঠাইত থকা কিছুমান লোকেও যাৰ বাবে গাওঁ কেইখনত থকা প্ৰকৃত একাংশ লোকে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে।

এই দুৰ্নীতিৰ বিষয়ে এগৰাকী দৰিদ্ৰ ৰিক্সাচালক ছবেদ আলিয়ে যেতিয়া সকলো অভিযোগ তুলি সংবাদিকক অৱগত কৰে, তেতিয়া ফোনযোগে দৰিদ্ৰ ৰিক্সা চালকজনক মেম্বাৰৰ আত্মীয় এগৰাকীয়ে বিভিন্ন প্ৰকাৰে ভাৱুকি প্ৰদান কৰে বুলিও ছবেদ আলিয়ে জানিবলৈ দিয়ে ৷

মুঠৰ ওপৰত কি মন্ত্ৰী, কি স্বাস্থ্য বিভাগ আৰু আৰক্ষী, সকলোয়ে একগোট হৈ মাৰাত্মক ভাইৰাছ বিধৰ বিৰুদ্ধে দিনে নিশাই যুঁজ চলাই গৈছে, সেই সময়তে আকৌ নিজৰ জেপ গৰম কৰাত ব্যস্ত আছে একাংশ দালালৰূপী জন প্ৰতিনিধি।

প্ৰশ্ন হয়, দৰিদ্ৰ লোকৰ প্ৰাপ্য কাঢ়ি খোৱা এইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে?

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd