DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
May 27, 2022 11:27 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

274
VIEWS
Share on FacebookShare on Twitter

লোক নিৰ্মাণ বিভাগৰ বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে শিৱসাগৰত অপৰিকল্পিতভাৱে এটা পথ নিৰ্মাণৰ অভিযোগ উঠিছে।

দিচাংমুখৰ পৰা আজানপীৰ দৰগাহ তিনিআলি সংযোগী এটা মথাউৰি। এই মথাউৰিটোৰ ওপৰতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অফলাৰ পৰা আজানপীৰ দৰগাহ তিনিআলিলৈ নিৰ্মাণ কৰা হৈছে এটা পকী পথ।

পিছে পথ নিৰ্মাণ চলি থকাৰ সময়তেই এতিয়া ঠায়ে ঠায়ে খহিছে মথাউৰিৰ মাটি। যাৰবাবে বালিৰ বস্তা দি মথাউৰিৰ খহনীয়া ৰোধৰ চেষ্টা চলাইছে বিভাগীয় বিষয়া আৰু ঠিকাদাৰে।

ফটো: নৰ্থইষ্ট নাও।

ৰাইজৰ অভিযোগ দুৰ্বল মথাউৰিটো ভালদৰে নিৰ্মাণ নকৰি তাৰ ওপৰত অপৰিকল্পিতভাৱে পথ নিৰ্মাণ কৰাৰ বাবেই বাৰিষাৰ বৰষুণত এইদৰে ঠায়ে ঠায়ে মথাউৰিৰ মাটি খহিছে।

স্থানীয় ৰাইজৰ অভিযোগ পথটো নিৰ্মাণৰ বাবে অহা প্ৰায় ২ কোটি ৩৯ লাখ টকাৰ সৰহ অংশ আত্মস্যাৎ কৰাৰ ষড়যন্ত্ৰ লোকনিৰ্মাণ বিভাগৰ বিষয়া ঠিকাদাৰৰ।  

ৰাইজে এতিয়া দাবী কৰিছে যে দুৰ্বল মথাউৰিটোৰ দুয়োকাষে ভালদৰে ছাইদ বাম বনাই তাৰ পিছত পথটো পকী কৰক।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, শিৱসাগৰ সমষ্টিৰ বহু কেইটা পথ নিৰ্মাণত হোৱা অনিয়মৰ বিৰুদ্ধে নিজে চৰজমিন তদন্ত কৰা বিধায়ক অখিল গগৈক স্থানীয় ৰাইজৰ দাবী অফলা- আজানপীৰ দৰগাহ সংযোগী এই পথ নিৰ্মাণত হোৱা অনিয়মৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰক।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd