• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষ্টেডিয়াম নিৰ্মাণত ব্যাপক দুৰ্নীতি; ফ্লাড লাইটৰ ১ কোটি টকা কাম নকৰাকৈ আত্মস্যাৎ কৰাৰ অভিযোগ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , October 9, 2020 6:47 am

1 min read

20201008_204712

নিৰ্মাণৰত আমগুৰি মিনি ষ্টেডিয়াম। ফটো: নৰ্থইষ্ট নাও

325
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ কাৰ্যকালত উত্থাপিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতিৰ অভিযোগ।

এইবাৰ আমগুৰি মিনি ষ্টেডিয়ামত চাৰিটা ফ্লাডলাইট স্থাপনৰ বাবদ আৱন্টিত ১ কোটি টকা কাম নকৰাকৈ আত্মস্যাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে।

ফ্লাড লাইট স্থাপনৰ ২০ শতাংশ কাম সম্পূৰ্ণ নোহোৱাকৈ ঠিকাদাৰক কাম সম্পূৰ্ণৰ প্ৰমান পত্ৰ দিয়াৰ অভিযোগ উঠিছে কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষতে মুখ্যমন্ত্ৰী ছিগনেশ্বাৰ আঁচনিৰ শিতানত আমগুৰিত এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল। ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি থকাৰ মাজতে ক’ৰণাৰ বাবে কিছুদিনৰ বাবে বন্ধ হৈ পৰে কাম কাজ।

বৰ্তমান আকৌ কাম আৰম্ভ হৈছে যদিও পোহৰলৈ আহিছে ষ্টেডিয়াম নিৰ্মাণত সংঘটিত এক দুৰ্নীতি।

ঠিকাদাৰ জনৈক বৰা আৰু কনিষ্ঠ অভিযন্তা জনৈক বৰদলৈয়ে মিনি ষ্টেডিয়ামত চাৰিটা ফ্লাড লাইট নিৰ্মাণৰ বাবে আৱন্টিত ১ কোটি টকা ফ্লাড লাইট স্থাপন নকৰাকৈয়ে আত্মসাৎ কৰা বুলি অভিযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে।

ষ্টেডিয়ামৰ নিৰ্মাণৰ দুৰ্নীতি অনিয়ম দেখিও চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে।

সংগঠন দুটাই ঘটনাৰ উচিত তদন্ত বিচৰাৰ লগতে অভিযন্তা আৰু ঠিকাদাৰ জনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd