• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বাণিজ্য

গুৱাহাটীত এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ অধ্যয়ন কেন্দ্ৰ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2018 7:21 am
16-11-18 Guwahati- ALLEN Career Institute inaugurate (3)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আগশাৰীৰ আই আই টি, জে ই ই, আৰু প্ৰি-মেডিকেল কেচিঙৰ প্ৰতিষ্ঠানসমুহৰ অন্যতম এলেন কেৰিয়াৰ ইনষ্টিটিউটত শিক্ষা গ্ৰহণৰ বাবে এতিয়া অসম বা উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীয়ে বহিঃৰাজ্যলৈ যাব নালাগে। কাৰণ দেশৰ বিভিন্ন প্ৰান্তত ১৮ টা কেন্দ্ৰ থকা এই এলেন কেৰিয়াৰ ইনষ্টিটিউটে ১৯ সংখ্যক কেন্দ্ৰটো গুৱাহাটীত স্থাপন কৰিলে।

শুকুৰবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিত কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ জ্যেষ্ঠ উপাধ্যক্ষ চি আৰ চৌধুৰীয়ে।

Apply Now

কেন্দ্ৰটো মুকলি কৰি চৌধুৰীয়ে কয়, ‘উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট প্ৰতিভা আছে। তেওঁলোকে এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ পৰা উন্নত মানৰ শিক্ষা লাভ কৰি আই আই টি, এন এই টি-ইউ জি, এ আই আই এম এছ, এন টি এছ ই আৰু অলিম্পিয়াড সমুহত সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব।’

উল্লেখ্য যে, এই প্ৰতিষ্ঠানটোৱে আই আই টি, জে ই ই আৰু প্ৰি-মেডিকেলৰ কোচিং আৰু ইয়াৰ ফলাফলৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষতম স্থান লাভৰ অভিলেখ গঢ়ি থৈছে।

প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ উপাধ্যক্ষ চি আৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে এই বছৰ এলেনৰ কেন্দ্ৰ সমুহত ১.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। ইয়াৰ ভিতৰত ৯৬ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ ৰাজস্থানৰ কোটাস্থিত মুখ্য কেন্দ্ৰত নামভৰ্তি কৰিছে।

গুৱাহাটীত এলেনৰ শ্ৰেণীসমুহ ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব বুলিও জ্যেষ্ঠ উপাধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। উত্তৰ-পূৱত নতুনকৈ আৰম্ভ হ’বলগীয়া অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমে তেওঁলোকৰ শক্তিশালী ভেটি গঢ় দিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰিও এই প্ৰতিস্থানে প্ৰতিভাসম্পন্ন বিদ্যাৰ্থীসকলৰ বাবে ‘এলেন শ্বাৰ্প’ নামৰ এক জলপানিও প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। এই জলপানিৰ বাবে অহা ১৬ ডিচেম্বৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও এলেন কৰ্তৃপক্ষই প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd